ETV Bharat / city

মৰোৱাত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতি ভূল বুজাবুজিৰ ফল - নলবাৰী

ভুল বুজাবুজি আঁতৰ হ'ল নলবাৰীৰ মৰোৱাবাসীৰ । অৱশেষত আলোচনাৰ মাধ্যমেৰে সমাধান ভোগালী বিহুৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

মৰোৱা সভা
author img

By

Published : Feb 3, 2019, 7:58 PM IST

নলবাৰী, ৩ ফেব্ৰুৱাৰীঃ বিগত ১৬ জানুৱাৰীত ভোগালী বিহু উদযাপনৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে সাংবাদিকৰ সৈতে আলোচনাত মিলিত হয় মৰোৱাবাসী ।

মৰোৱা ভোগালী বিহু উদযাপনৰ সময়ত সংগীত পৰিচালক অজয় ফুকনক লৈ সাংবাদিকৰে সৈতে বুল বুজাবুজিৰ সৃষ্টি হৈছিল মৰোৱাবাসীৰ । অৱশেষত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সাংবাদিক আৰু ভোগালী মহোৎসৱ সমিতিৰ মাজত এখন সভা আয়োজিত হয় । সভাত সৌহাদ্যপূৰ্ণ আলোচনাৰ মাজেৰে সমগ্ৰ বিষয়টো আলোচনা কৰাৰ লগতে এয়া দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

মৰোৱা সভা
সংস্কৃতিৱান মৰোৱাত এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ বাবে ভৱিষ্যতে কাম কৰি যাব বুলি প্ৰকাশ কৰে সংস্থা দুটাই ।
undefined

Slug=Compromise Story (Compromise of Marowa kanda)...3Feb..
Story FTP

V.O=অৱশেষত সাংবাদিকৰে ভুল বুজা বুজি আঁতৰ হল মৰোৱাবাসীৰ । উল্লেখ্য যে ১৬ জানুৱাৰীত মৰোৱাৰ ভোগালী উৎসৱত  অজয় ফুকনক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই লৈ সাংবাদিক সকলৰ লগত মৰোৱাবাসীৰ এক ভুল বুজা সৃষ্টি হৈছিল । কালি সন্ধিয়া মৰোৱাৰ ৰাইজৰ লগত সৌহাৰ্দ্দ্য পূৰ্ণ আলোচনাত আটাইয়ে দুঃখ প্ৰকাশ কৰি এই ভুল বুজাবুজিৰ আঁতৰ কৰে  । ইপিনে সংস্কৃতিৱান মৰোৱাত এনে ঘটনা হোৱাটো এক দূৰ্ভাগ্যজনক আছিল বুলি সাংবাদিক সকলে দুখঃ প্ৰকাশ কৰে।নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সাংবাদিক আৰু ভোগালী মহোৎসৱ সমিতিৰ উপস্থিতিত এই সৌহাৰ্দ্দ্য পূৰ্ণ আলোচনা অনুস্থিত হৈছিল৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.