ETV Bharat / city

কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী

author img

By

Published : Aug 11, 2020, 12:06 PM IST

কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী ৷ সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজিজু হকক ৷

ধৃত আজিজু হকক গ্ৰেপ্তাৰ কামপুৰ আৰক্ষীৰ
কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী

বঢ়মপুৰ, 11 আগষ্ট : কামপুৰ আৰক্ষীৰ জালত পৰিল নাবালিকা ধৰ্ষণকাৰী ৷ কামপুৰ চিউগুৰিৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে আজিজু হকক ৷ পাঁচ আগষ্টৰ দিনা কামপুৰ আৰক্ষী থানাত নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে ধৰ্ষণৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল |

কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী

পাচত নাবালিকাগৰাকীৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে 131/20 448/365/376/A(3) আইপিচি নম্বৰৰ এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ধৰ্ষণকাৰী আজিজু হকক ৷ ধৰ্ষণকাৰী আজিজু হকক গ্ৰেপ্তাৰ কৰাত নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.