ETV Bharat / city

ঢোল - পেঁপাৰ মাতত মুখৰিত পানীগাঁও অঞ্চল

শিল্পী সমাজ আৰু শিৰোমণি মইনা পাৰিজাতৰ উদ্যোগত নগাঁও চহৰৰ পানীগাঁও অঞ্চলত মুকলি বিহুৰ আয়োজন কৰা হয় । শনিবাৰে ঢোল - পেঁপাৰ মাতত মুখৰিত হৈ পৰে সমগ্ৰ পানীগাঁও অঞ্চল ।

author img

By

Published : Apr 20, 2019, 8:38 PM IST

OPEN BIHU AT PANIGAON

নগাঁও, ২০ এপ্ৰিল: শনিবাৰে শিল্পী সমাজ আৰু শিৰোমণি মইনা পাৰিজাতৰ উদ্যোগত নগাঁও চহৰৰ পানীগাঁও অঞ্চলত আয়োজন কৰা হয় মুকলি বিহুৰ । উলহ - মালহেৰে পালন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অঞ্চলটোৰ প্ৰত্যকজন ৰাইজে । ঢোল - পেঁপাৰ মাতত মুখৰিত হৈ পৰে সমগ্ৰ পানীগাঁও অঞ্চল ।

OPEN BIHU AT PANIGAON

কণ কণ শিশু তথা যুৱতী আৰু মহিলাসকলৰ বিহু নৃত্যই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে অঞ্চলটোত ।

Intro:শিল্পী সমাজ আৰু শিৰোমণি মইনা পাৰিজাতৰ উদ্যোগত মুকলি বিহু।

Body:শনিবাৰে ঢোল পেঁপাৰ মাতত মুখৰিত হল নগাওঁ চহৰৰ পানীগাঁও । পানীগাঁও ছয় আলিত শনিবাৰে শিৰোমণি মইনা পাৰিজাত aru শিল্পী সমাজৰ উদ্যোগত আয়োজন কৰা হয় মুকলি বিহুৰ। কণ কণ শিশু, যুৱতী মহিলাই অংশগ্ৰহণ কৰে বিহু নৃত্যত।
bite,

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.