ETV Bharat / city

মোবাইল চুৰ ৰোধৰ বাবে নতুন মোবাইল এপ মুকলি

অসমত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে এটিএমটি নামৰ এটা মোবাইল এপ ৷ মোবাইল চুৰ ৰোধ আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই মোবাইল এপ মুকলি কৰা হৈছে ৷

নতুন মোবাইল এপ মুকলি
author img

By

Published : Oct 13, 2019, 6:50 PM IST

নগাঁও, 13 অক্টোবৰ : অসমত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে এটিএমটি নামৰ এটা মোবাইল এপ ৷ মোবাইল চুৰ ৰোধ আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই মোবাইল এপ মুকলি কৰা হৈছে ৷

নতুন মোবাইল এপ মুকলি

এই এপৰ জৰিয়তে চুৰি হোৱা মোবাইলৰ সম্ভেদ লাভ কৰিব মোবাইলৰ গৰাকীয়ে । সমান্তৰালকৈ কোনো মহিলা বিপজ্জনক অৱস্থাত পৰিলে এই এপৰ জৰিয়তে পৰিয়ালৰ লোকে ফটোসহ লাভ কৰিব স্থানৰ তথ্য । দেওবাৰে নগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই এপটো ।

Intro:মোবাইল চুৰি ৰোধ আৰু অসুৰক্ষিত মহিলাৰ বাবে মুকলি নতুন মোবাইল এপ।

Body:সঘনাই সংঘটিত হৈ থকা মোবাইল চুৰিৰ ঘটনা ৰোধ কৰাৰ লগতে অসুৰক্ষিত মহিলাৰ বাবে মুকলি কৰা হৈছে নতুন মোবাইল এপ। অসমত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে ATMT নামৰ এপ। এই এপ ৰ জৰিয়তে চুৰি হোৱা মোবাইলৰ সম্ভেদ লাভ কৰিব মোবাইলৰ গৰাকীয়ে। সমান্তৰালকৈ কোনো মহিলা যুৱতী বিপজ্জনক অৱস্থাত থাকিলে এই এপ ৰ জৰিয়তে পৰিয়ালৰ লোকে ফটোসহ লাভ কৰিব স্থানৰ তথ্য। দেওবাৰে নগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এপটো।
bite,
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৩-১০-১৯

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.