ETV Bharat / city

মহা মৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ

দেওবাৰে মহা মৃত্যুঞ্জয় মন্দিৰত (Maha Mrityunjay Temple) দীৰ্ঘদিন ধৰি নিয়োজিত কৰ্মচাৰী সকলক কৰ্মৰ পৰা বহিস্কাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় (Local people protest in Nagaon) । ‘ৰিনিকি ভূঞা শৰ্মা মুৰ্দাবাদ’ ধ্বনি দি এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

Local people protest at Maha Mrityunjay Temple in Nagaon
মহা মৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ
author img

By

Published : May 1, 2022, 6:21 PM IST

চামগুৰি, 1 মে’: নগাঁৱৰ ভেৰভেৰিস্থিত মহা মৃত্যঞ্জয় মন্দিৰত প্ৰতিবাদ (Maha Mrityunjay Temple) । মন্দিৰটোত দীৰ্ঘদিন ধৰি নিয়োজিত কৰ্মচাৰী সকলক কৰ্ত্যবৰ পৰা বহিস্কাৰ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে (Local people protest in Nagaon) ৷ জানিব পৰা মতে, মন্দিৰ কৰ্তৃপক্ষই মন্দিৰটো স্থাপন কৰাৰে পৰা কৰ্মৰত স্থানীয় লোকসকলক কৰ্তব্যৰ পৰা বহিস্কাৰ কৰি অনা-অসমীয়া লোকক নতুনকৈ কামত নিযুক্তি দিয়ে ৷

মহা মৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ

সেয়ে জাঙুৰ খাই উঠে ভুক্তভোগী কৰ্মচাৰীসকল ৷ ফলত দেওবাৰে মন্দিৰৰ মূল প্ৰৱেশ দ্বাৰতে ‘ৰিনিকি ভূঞা শৰ্মা মুৰ্দাবাদ’ ধ্বনি দি ধৰ্ণাত বহিল ভুক্তভোগী কৰ্মচাৰীসকল ৷ আনকি প্ৰতিবাদকাৰীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শানাৰ্থীক প্ৰৱেশত বাধাও প্ৰদান কৰে ৷

যাৰ ফলত দৰ্শনাৰ্থীসকলে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হয় ৷ ইফালে, দৰ্শনাৰ্থীসকলে ভগৱানক দৰ্শন কৰিবলৈ সুবিধা কৰি দিবলৈ স্থানীয় লোকৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক: কটনৰ বাকৰিত প্ৰথমবাৰলৈ মুকলি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.