কলিয়াবৰ,13 জুলাইঃ শনিবাৰে হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ক্ষেত্ৰ পৰিদৰ্শন কালত বিভাগীয় বিষয়াবৰ্গৰ উপস্থিতিত মথাউৰি পৰিদৰ্শন কৰি বৰ্তমান অৱস্থাৰ বুজ লৈ সন্তুষ্টি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।
হাতীমূৰা-কুকুৰাকটা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ - Hatimura Dyke
জল সম্পদ মন্ত্ৰীৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি পৰিদৰ্শন ৷ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিক সম্পূৰ্ণ সুৰক্ষিত ঘোষণা ৷ গাঁওবাসীক শংকিত নহ'বলৈ আহ্বান ৷
হাতীমূৰা-কুকুৰাকটা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
কলিয়াবৰ,13 জুলাইঃ শনিবাৰে হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ক্ষেত্ৰ পৰিদৰ্শন কালত বিভাগীয় বিষয়াবৰ্গৰ উপস্থিতিত মথাউৰি পৰিদৰ্শন কৰি বৰ্তমান অৱস্থাৰ বুজ লৈ সন্তুষ্টি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।
Intro:হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি সম্পূৰ্ণ সুৰক্ষিত
জল সম্পদ মন্ত্ৰীৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি পৰিদৰ্শন
নগাঁওবাসীক শঙ্কিত নহ'বলৈ আহ্বানBody:জল সম্পদ মন্ত্ৰীৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি শণিবাৰে পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত নগাঁও আৰু কলিয়াবৰবাসীক শঙ্কিত নহ'বলৈ অনুৰোধ জনাই। বিভাগীয় বিষয়াবৰ্গৰ উপস্থিতি মথাউৰি পৰিদৰ্শন কৰি বৰ্তমান অৱস্থাৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে।
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সমগ্ৰ অসমৰ প্ৰায়বোৰ জিলাতে তাণ্ডৱ সৃষ্টি কৰা সময়তে হাতীমূৰা বান্ধে কলিয়াবৰীয়া ৰাইজ শঙ্কিত কৰি তুলিছে যদিও শঙ্কিত হোৱাৰ কোনো কাৰণ নাই বুলি বিভাগীয় সূত্ৰই জনাইছে।
যোৱা সময় ছোৱাত ২০১৭ চনৰ ১২ আগষ্টৰ নিশা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ কলং মুখত থকা হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী চাৰে তিনি কিলোমটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো ভাঙি পেলাই সমগ্ৰ কলিয়াবৰত ভয়াবহ বানৰ সৃষ্টি কৰিছিল।
অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিৰ মথাউৰিটো পুণৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িলেই মেৰামতিৰ স্থানত তলৰে নিগৰি-নিগৰি ওলোৱা খবৰে শঙ্কিত কৰি তুলিছে কলিয়াবৰবাসীক।
বাস্তৱিকতে এনে হোৱাতো তেনেই স্বাভাৱিক বুলি বিভাগীয় বিষয়াই জনাইছে। ইতিমধ্যে মহকুমা প্ৰশাসনৰ বিষয়াবৰ্গই মথাউৰি পৰিদৰ্শন কৰি জল সম্পদৰ বিভাগীয় বিষয়াৰ লগত আলোচনাত মিলিত হৈ স্থানীয় ৰইজ শঙ্কিত হোৱাৰ কোনো কাৰণ নাই বুলি জনাইছে।
ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ লগে-লগে মথাউৰিৰ বিপৰীত দিশে যোৱা দুদিন ধৰি দিনে-নিশাই জল সম্পদ বিভাগে নিগৰি পানী ওলোৱা স্থানত "ৰিলিফ-ৱেল"ৰ জৰিয়তে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে।
আনহাতে কলিয়বৰত আজি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ৩৬ চে: মি: ওপৰেৰে বৈ আছে।
Conclusion:bites
visuals