ETV Bharat / city

নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুদিনীয়া অসহযোগ

author img

By

Published : Feb 20, 2021, 4:31 PM IST

দহ দফীয়া দাবীত নগাঁৱত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন ৷ শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ নগাঁৱত প্ৰশাসন কৰ্মচাৰী সন্থাই গ্ৰহণ কৰিছে এই অসহযোগ কাৰ্যসূচী ৷

protest
নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুদিনীয়া অসহযোগ

নগাঁও, 20 ফেব্ৰুৱাৰী : দীৰ্ঘদিন ধৰি উত্থাপন কৰি থকা জিলা প্ৰশাসন কৰ্মচাৰীৰ দহ দফীয়া দাবী চৰকাৰে পূৰণ নকৰাত দুদিনীয়াকৈ অসহযোগ আন্দোলন আৰম্ভ কৰিছে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ৷ শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ নগাঁৱতো জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই গ্ৰহণ কৰে অসহযোগ আন্দোলন কাৰ্যসূচী ৷

মূলতঃ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, জিলা উপায়ুক্ত কাৰ্য্যালয়ত তিনিটাকৈ পদ সৃষ্টি কৰা, চৰকাৰে বন্ধ কৰি দিয়া মৰগীয়া বানচ পুনৰ মুকলি কৰি দিয়া আদি দহটাকৈ দাবী অতি শীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনায় জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ৷

লগতে পঢ়ক : সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.