ETV Bharat / city

শিশু শ্ৰমিকৰে ভৰি পৰিছে নগাঁও! - শ্ৰম বিভাগ

মঙলবাৰে নগাঁও চহৰৰ ভিন্ন অঞ্চলত যৌথ অভিযান চলাই চাইল্ড লাইন আৰু শ্ৰম বিভাগে । অভিযানত উদ্ধাৰ হয় ৭ টাকৈ শিশু শ্ৰমিক

নগাঁৱত চাইল্ড লাইন আৰু শ্ৰম বিভাগৰ যৌথ অভিযান
author img

By

Published : May 28, 2019, 9:42 PM IST

নগাঁও, 28 মে': মঙলবাৰে নগাওঁ চহৰৰ হয়বৰগাঁৱৰ বিভিন্ন দোকানত অভিযান চলাই চাইল্ড লাইন আৰু শ্ৰম বিভাগে ৷ হয়বৰগাঁৱৰ হোটেল, পান দোকান আৰু হাৰ্ডৱেৰ দোকানৰ পৰা শ্ৰম বিভাগ আৰু চাইল্ড লাইনৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ৭ টাকৈ শিশু শ্ৰমিক । শিশু শ্ৰমিক কেইটাক উদ্ধাৰ কৰি দোকানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে নগাওঁ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে চাইল্ড লাইনে ৷ উল্লেখযোগ্য যে নগাওঁ চহৰৰ বিভিন্ন দোকান তথা ইটাভাটাত এতিয়াও শিশু শ্ৰমিকেৰে ভৰি আছে বুলি উল্লেখ কৰে অভিযানকাৰী দলে ৷

Intro:নগাঁৱত চাইল্ড লাইন আৰু শ্ৰম বিভাগৰ যৌথ অভিযান। অভিযানত উদ্ধাৰ ৭ টাকৈ শিশু শ্ৰমিক।

Body:মঙলবাৰে নগাওঁ চহৰৰ হয়বৰগাঁৱৰ বিভিন্ন দোকানত অভিযান চলালে চাইল্ড লাইন আৰু শ্ৰম বিভাগে। হয়বৰগাঁৱৰ হোটেল, পান দোকান আৰু হাৰ্ডৱেৰ দোকানৰ পৰা শ্ৰম বিভাগ আৰু চাইল্ড লাইনৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ৭ টাকৈ শিশু শ্ৰমিক। শিশু শ্ৰমিক কেইটাক উদ্ধাৰ কৰি নগাওঁ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে দোকানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে নগাওঁ চহৰৰ বিভিন্ন দোকান ইটাভাটাত এতিয়াও ভৰি আছে শিশু শ্ৰমিকৰে।
bite
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৮-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.