ETV Bharat / city

সেউজ বিপ্লৱেৰে স্বাৱলম্বী কলিয়াবৰৰ বৰঘূলীবাসী - GREEN REVOLUTION

ঋতু ভেদে বিভিন্ন শাক-পাচলিৰ খেতি কৰে অঞ্চলবাসীয়ে ৷ অঞ্চলটোৰ একাংশই শাক-পাচলিৰ খেতিকেই জীৱিকাৰ মূল পথ হিচাপে বাচি লৈছে ৷

চৰ-চাপৰি অঞ্চলত সেউজ বিপ্লৱৰ জয়-যাত্ৰা
author img

By

Published : Jun 2, 2019, 1:53 PM IST

কলিয়াবৰ, 2 জুনঃ কলিয়াবৰৰ বৰঘূলী অঞ্চলত উৎপাদিত বিভিন্ন শাক-পাচলিয়ে অঞ্চলটোত লাভ কৰি আছে এক সুকীয়া স্থান । ঋতু ভেদে বিভিন্ন শাক-পাচলিৰ খেতি কৰে অঞ্চলটোৰ বাসিন্দা সকলে৷ অঞ্চলটোৰ একাংশই শাক-পাচলিৰ খেতিকেই জীৱিকাৰ মূল পথ হিচাপে বাচি লোৱা পৰিলক্ষিত হৈছে ৷ জহৰ দিনত জিকা-ভোল, ভেন্দি, স্কোৱাছ, কুন্দুলী আদিৰ খেতিৰে ভৰি পৰে এই অঞ্চলৰ পথাৰ ৷

চৰ-চাপৰি অঞ্চলত সেউজ বিপ্লৱৰ জয়-যাত্ৰা

কৃষকসকলে উৎপাদন কৰা এই শাক-পাচলি সমূহ দৈনিক বিক্ৰী কৰা হয় চুলুং বজাৰত ৷ জহৰ কালত স্কোৱাছ, ভেন্দি, জলকীয়া আদি খেতিৰে লক্ষাধিক টকা লাভান্বিত হোৱাৰ কথা উল্লেখ কৰে মহম্মদ আক্ৰাম নামৰ কৃষক গৰাকীয়ে ৷

Intro:চৰ-চাপৰি অঞ্চলত সেউজ বিপ্লৱৰ জয়-যাত্ৰা

ঋতুভেদে উৎপাদিত বিভিন্ন শাক-পচলিৰ উৎপাদনস্থলী এই অঞ্চলটোBody:কলিয়াবৰৰ এটা পিচ-পৰা ধৰ্মীয় সংখ‍্যালঘূ লোকৰ বাসস্থান। বান-খহনীয়া আজন্ম লগৰী। সীমাহীন দুখ-কষ্ট একাষৰীয়া কৰি শাৰীৰিক পৰিশ্ৰমেই সেউজ বিপ্লৱৰ শ্ল'গান যথাৰ্থতে সাৰ্থক কৰা এচাম শ্ৰমজীৱি লোকৰ বাসস্থান।
শাক-পাচলিৰ বাব বিখ‍্যাৎ। কেৱল কলিয়াবৰৰেই নহয়, অসমৰ বহু ঠাইৰ শাক-পাচলিৰ অভাৱ পুৰণ কৰি ৰান্ধনি শালত বৰঘূলী অঞ্চলত উৎপাদিত বিভিন্ন লশাক-পাচলিয়ে লাভ কৰি আছে এক সুকীয়া স্থান। বছৰৰ জাৰ-জহৰ সকলো সময়তে ঋতু ভেদে বিভিন্ন শাক-পাচলিৰ খেতি কৰে এই অঞ্চলটোৰ বাসিন্দাই। একাংশ বাসিন্দাই শাক-পাচলিৰ খেতিৰ জৰিয়তে সুচল জীৱন-যাপন কৰি আহিছে। জহৰ দিনত জিকা-ভোল, ভেন্দি, স্কুৱাছ, কুণ্ডুলী আদিৰ শাক-পাচলিৰ খেতিৰে ভৰি পৰে এই অঞ্চলৰ পথাৰ। কাষৰীয়া চুলুং বজাৰত দৈনিক বিক্ৰী হয এই কৃষকসকলৰ উৎপাদিত শ-শ কেজি শাক-পাচলি। চুলুঙৰ অসম বিখ‍্যাৎ শাক-পাচলিৰ এটা বৃহৎ অংশ উৎপাদন হয় বৰঘূলি অঞ্চলত।
জহৰ শাক-পাচলিৰ ভিতৰত স্কুৱাছ, জলকীয়া, ভেন্দি খেতিৰে বছৰি লক্ষাধিক টকাৰে লাভাৱান্বিত হোৱা মঃ আক্ৰামে ক'লে আমাক কিছু কথা।Conclusion:visuals/bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.