ETV Bharat / city

ৰহা সমষ্টিত বিধ্বস্ত পথ, ভূঁই ৰুই প্ৰতিবাদ স্থানীয় ৰাইজৰ - ৰহা সমষ্টিত বিধ্বস্ত পথ

কামপুৰ বিৰিঙা আটি ১নং ফাকলিত পথত ভূঁই ৰুই প্ৰতিবাদ গাঁওবাসীৰ ৷ পথটো উন্নয়নৰ ধন আত্মসাতৰ অভিযোগ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু দালালৰ বিৰুদ্ধে

ৰহা সমষ্টিত বিধ্বস্ত পথ, ভূঁই ৰুই প্ৰতিবাদ স্থানীয় ৰাইজৰ
author img

By

Published : May 4, 2019, 2:36 PM IST

বঢ়মপুৰ, 4 মেঃ ৰহা সমষ্টিৰ এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাই আহিছে বিৰিঙা আটি ১নং ফাকলি গাঁৱৰ ৰাইজক ৷ বিধ্বস্ত পথটোৰ বাবে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ঠেলাৰে ৰোগীক চিকিৎসালয়লৈ নিব লগা পৰিস্থিতিৰ সৃষ্টি হয় । সেয়েহে পথটোৰ পুনৰ নিৰ্মাণৰ দাবীত পথতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওখনৰ পুৰুষ আৰু মহিলা সকলে ৷

ৰহা সমষ্টিত বিধ্বস্ত পথ, ভূঁই ৰুই প্ৰতিবাদ স্থানীয় ৰাইজৰ

উল্লেখ্য যে কঠিয়াতলী উন্নয়ণ খণ্ডৰ গেৰজাইপাম গাঁও পঞ্চায়তৰ পৰা পথটোৰ উন্নয়নৰ বাবে প্ৰায় ১৭ লাখ টকাৰ অনুমোদন দিছিল যদিও একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে পথটোত মাটি পেলায়ে ধন আত্মসাত কৰাৰ অভিযোগ উঠিছে।

Intro:বিধ্বস্ত পথ, ভূঁই ৰুই প্ৰতিবাদ।

Anchor= বিধ্বস্ত বাট-পথ, কামপুৰ বিৰিঙা আটি ১ নং ফাকলিত পথত ভূঁই ৰুই প্ৰতিবাদ গাঁও বাসীৰ ৷পথটো উন্নয়নৰ ধন আত্মসাতৰ অভিযোগ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু দালালৰ বিৰুদ্ধে ৷

Body:VO =পৰিবৰ্তনগামী চৰকাৰৰ দিনত অপৰিবৰ্তিত বাট পথ ৷ ৰহা সমষ্টিৰ এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাই আহিছে বিৰিঙা আটি ১ নং ফাকলি গাঁৱৰ ৰাইজক ৷ এজাক বৰষুণতে বিধ্বস্ত হৈ পৰা পথছোৱা বাৰিষা অবৰ্ণনীয় হৈ পৰে ৷ বিধ্বস্ত পথছোৱাৰ বাবে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ অসুবিধা সন্মুখীন হোৱাৰ লগতে ঠেলা অথবা ডাংকোলা কৰি অঞ্চলটোৰ ৰোগীসকলক নিবলগীয়া হয় চিকিৎসালয়লৈ । যাৰ বাবে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওখনৰ পুৰুষ আৰু মহিলা সকলে ৷ পৰিবৰ্তনগামী চৰকাৰলৈ হাতযোৰ কৰি ৰাইজৰ অনুৰোধ অতিশীঘ্ৰে বিধ্বস্ত পথছোৱা পুনৰ নিৰ্মাণ কৰক ।

Byte=স্থানীয় লোক ৷
Conclusion:উল্লেখ্য যে কঠিয়াতলী উন্নয়ণ খণ্ডৰ গেৰজাইপাম গাঁও পঞ্চায়তৰ পৰা পথটো উন্নয়নৰ বাবে প্ৰায় ১৭ লাখ টকা অনুমোদন দিছিল যদিও একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু দালালে কেই ট্ৰেক্টৰ মান মাটি পেলাই পথ উন্নয়নৰ ধন আত্মসাত কৰাৰ অভিযোগ উঠিছে।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.