ETV Bharat / city

অসম আৰক্ষীৰ উদ্যোগত তিতাবৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাবাট সীমান্তৱৰ্তী এলেকাৰ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা পানীখেতি আৰক্ষীৰ ৷ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ প্ৰায় 48 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় আৰক্ষীৰ বিষয় ববীয়া সকলে ৷

author img

By

Published : May 31, 2019, 9:40 PM IST

etv bharat

তিতাবৰ, 31 মে’: বৃহস্পতিবাৰে পানীখেতি আৰক্ষী চকীত আৰক্ষী বিষয়াসকলে আয়োজন কৰিলে সম্বৰ্ধনা অনুষ্ঠানৰ ৷ তিতাবৰ মহকুমা অন্তৰ্গত নগাবাট সীমান্তৱৰ্তী এলেকাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ প্ৰায় 48 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় আৰক্ষীৰ বিষয়ববীয়া সকলে ৷

অসম আৰক্ষীৰ উদ্যোগত তিতাবৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলেৰ একক প্ৰচেষ্টাৰে আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠানৰ ৷ পিছপৰা অঞ্চলটোৰ আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে গোপাল দলেই নিজৰ উপাৰ্জনৰ ধনেৰেই ছাত্ৰ-ছাত্ৰীসকলক এখন অভিধান, গছপুলি, মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা ৷ উক্ত অনুষ্ঠানত অন্যান্য আৰক্ষী বিষয়-ববীয়াসকলৰ লগতে উপস্থিত থাকে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক ৷

Intro:তিতাবৰ মহকুমা অন্তৰ্গত নগাবাট পানীখেতি আৰক্ষী চকীত আজি এই অঞ্চলৰ 48 গৰাকী উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্রীক অসম আৰক্ষী ফলৰ পৰা কৃতিমানক অভিনন্দন জনোৱা হয়। নগাবাট সীমান্ত বৰ্তি এলেকাত এই অভিনন্দন অনুষ্ঠান পানীখেতি আৰক্ষী বিষয়া এই কাৰণেই অনুষ্ঠিত কৰিলে যে এই পিছপৰা শ্ৰেণীৰ ছাত্ৰ সকলক এই অনুষ্ঠানৰ জৰিয়তে অধিক উৎসাহিত কৰিব আৰু পুলিচ আৰু পাব্লিকৰ সম্পৰ্ক অধিক মধুৰ হওক ।Body:আমাক জানিব দিয়া মতে নগাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলেৰ একক প্ৰচেষ্টাৰে ফলাফল আজি এই অভিনন্দন অনুষ্ঠান সম্ভৱ হৈ উঠিল ।কাৰণ গোপন দলে জানিব দিয়া মতে তেওঁ এজন দুখীয়া পৰিয়ালৰ পৰা অহা এই পিছ পৰা ঠাইৰ ছাত্র সকলক উৎসাহিত কৰিব বাবে তেওঁ নিজৰ দৰমহাৰ টকা ব্যয় কৰি ছাত্ৰ সকলক মানপএ লগতে একো খন গামোচা আৰু ডিচনেৰী এটা কৈ গছৰ পুলি দিয়ে। এই অনুস্থানত উপস্থিত থাকে যোৰহাট জিলাৰ আৰক্ষী অধিক্ষক মহোদয় । এই সভাৰ সভাপতিকৰে প্ৰমোদ বৰুৱা ।
উদ্দেশ্যে বাখ্যা কৰে পৰাগ প্ৰতিম বৰুৱা । bite1 গোপাল দলে bite2 sp jorhat

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.