ETV Bharat / city

গুৱাহাটীত শ্বপিং মলৰ পঞ্চম মহলাৰ পৰা জপিয়ালে ছাত্ৰই

author img

By

Published : May 31, 2022, 10:35 PM IST

মহানগৰীৰ দিছপুৰস্থিত AURUS মলৰ পঞ্চম মহলাৰ পৰা জপিয়ালে ছাত্ৰই (Student jumps from 5th floor in Guwahati)। ছাত্ৰজনে কিয় মলৰ পঞ্চম মহলাৰ পৰা জপিয়ালে তাৰ কাৰণ জানিব পৰা হোৱা নাই ।

Student jumps from 5th floor in Guwahati

গুৱাহাটী, ৩১ মে’ : মহানগৰীত চাঞ্চল্যকৰ ঘটনা । মহানগৰীৰ দিছপুৰস্থিত AURUS মলৰ পঞ্চম মহলাৰ পৰা জপিয়ালে ছাত্ৰই (Student jumps from 5th floor in Guwahati)। আনন্দ একাডেমীৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন । মঙলবাৰে ২.২৫ মান বজাত স্কুলৰ পৰা ওলাই আহিছিল ছাত্ৰজন । স্কুলৰ পৰা আহি চাইকেলখন তলত ৰখাই উঠি গৈছিল মলৰ ওপৰলৈ ।

তাৰ পাচতেই পঞ্চম মহলাৰ পৰা জপিয়াই দিয়ে ছাত্ৰজনে । ইয়াৰ পিছতে ছাত্ৰজনক তৎক্ষণাৎকভাৱে জিএনআৰচি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ছাত্ৰজনৰ দুয়োখন ভৰি, কঁকাল আৰু সোঁ হাতখন ভাগিছে বুলি জানিব পৰা গৈছে । ছাত্ৰজনে কিয় শ্বপিং মলৰ পঞ্চম মহলাৰ পৰা জপিয়ালে তাৰ কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : ৰাজ্যত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.