ETV Bharat / city

নতুন শিক্ষা নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - প্ৰতিবাদ

নতুন শিক্ষা নীতিৰ বিৰুদ্ধে জিলাই জিলাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তক লৈ বৰপেটা,তেজপুৰ,শিৱসাগৰ, ধেমাজি আৰু গুৱাহাটীত তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদমুখৰ হৈ পৰে ছাত্ৰ মুক্তি সমিতি ।

নতুন শিক্ষা নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
author img

By

Published : Jun 28, 2019, 9:32 PM IST

গুৱাহাটী,28জুনঃ হিন্দী ভাষাকবাধ্যতামূলক কৰি এটাহে আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰিব বিচৰা দেশৰ নতুন শিক্ষা নীতিৰ খচৰাক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে দেশৰ বিভিন্ন ৰাজ্য ৷ পৃথক নহয় অসম ৷ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব বিচৰা এই নতুন শিক্ষানীতিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি গৰজি উঠিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ চাওক এক প্ৰতিবেদনঃ

নতুন শিক্ষা নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

গুৱাহাটী,28জুনঃ হিন্দী ভাষাকবাধ্যতামূলক কৰি এটাহে আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰিব বিচৰা দেশৰ নতুন শিক্ষা নীতিৰ খচৰাক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে দেশৰ বিভিন্ন ৰাজ্য ৷ পৃথক নহয় অসম ৷ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব বিচৰা এই নতুন শিক্ষানীতিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি গৰজি উঠিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ চাওক এক প্ৰতিবেদনঃ

নতুন শিক্ষা নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
Intro: ধেমাজিত ছাত্র মুক্তিৰ অৱস্থান ধৰ্মঘট


Body:ধেমাজি , 28; জুন : কেন্দ্ৰীয় চৰকাৰৰ নতুন খচৰা শিক্ষা নীতি ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ লগতে কেৱল এটা আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে শুক্ৰবাৰে ধেমাজি জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি সদৰস্থিত কাছাৰী ময়দানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰোধী শ্লগানেৰে উতপ্ত কৰি তোলে ধৰ্মঘটস্থলী । কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তক লৈ তীব্ৰ বিৰোধিতা কৰিছে ছাত্র মুক্তিয়ে । হিন্দী ভাষাৰ প্ৰৱৰ্তনে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা লোক ৰ মাজত বিৰূপ প্ৰভাৱ পৰিব । সেয়ে চৰকাৰৰ নতুন শিক্ষা নীতিৰ পৰা হিন্দী ভাষা টো আতঁৰাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে সংগঠনটোৱে ।

byte..


pradunya Bharali , Dhemaji , Assam, 28/6 2019




Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.