গুৱাহাটী, 13 ছেপ্তেম্বৰ: যি সময়ত বিশ্বত কৰ্কট ৰোগৰ চিনাক্তকৰণত পলম হোৱাৰ বাবেই 80 শতাংশ ৰোগী মৃত্যুমুখত পৰে ৷ সেই সময়ত ৰাজ্যৰ কেঞ্চাৰ ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে পৰিমল ফাউণ্ডেচন ৷ শুকুৰবাৰে পৰিমল ফাউণ্ডেচনে গুৱাহাটীস্থিত উত্তৰ-পূবৰ অগ্ৰণী কৰ্কট ৰোগৰ চিকিৎসালয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক তিনিখন নতুন ভ্ৰাম্যমান কেঞ্চাৰ স্কেন বাহন প্ৰদান কৰে ৷ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাহন উন্মোচন সভাত জিলা প্ৰশাসনৰ প্ৰকল্প বিষয়া জুৰি শৰ্মাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে তিনিখন বাহনৰ ৷ সভাত পৰিমল স্বাস্থ্যৰ শুভ আৰম্ভণি কৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক এ চি কটকীয়ে কয় যে, পূৰ্বৰ দুই বাহনৰ সৈতে এই তিনি নতুন বাহন কৰ্কট ৰোগী সকলৰ বাবে যথেষ্ট সহায়ক হ'ব ৷
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ তিনিখন নতুন ভ্ৰাম্যমাণ কেঞ্চাৰ স্কেন বাহন - B Boruah cancer institute
পৰিমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ ৷
গুৱাহাটী, 13 ছেপ্তেম্বৰ: যি সময়ত বিশ্বত কৰ্কট ৰোগৰ চিনাক্তকৰণত পলম হোৱাৰ বাবেই 80 শতাংশ ৰোগী মৃত্যুমুখত পৰে ৷ সেই সময়ত ৰাজ্যৰ কেঞ্চাৰ ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে পৰিমল ফাউণ্ডেচন ৷ শুকুৰবাৰে পৰিমল ফাউণ্ডেচনে গুৱাহাটীস্থিত উত্তৰ-পূবৰ অগ্ৰণী কৰ্কট ৰোগৰ চিকিৎসালয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক তিনিখন নতুন ভ্ৰাম্যমান কেঞ্চাৰ স্কেন বাহন প্ৰদান কৰে ৷ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাহন উন্মোচন সভাত জিলা প্ৰশাসনৰ প্ৰকল্প বিষয়া জুৰি শৰ্মাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে তিনিখন বাহনৰ ৷ সভাত পৰিমল স্বাস্থ্যৰ শুভ আৰম্ভণি কৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক এ চি কটকীয়ে কয় যে, পূৰ্বৰ দুই বাহনৰ সৈতে এই তিনি নতুন বাহন কৰ্কট ৰোগী সকলৰ বাবে যথেষ্ট সহায়ক হ'ব ৷
Body:কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাহন উন্মোচন সভাত জিলা প্ৰশাসনৰ কামৰূপী প্রকল্প বিষয়া জুৰি শৰ্মা দলেই ফ্লেগ অফ কৰি নতুন তিনিখন বাহনৰ শুভ আৰম্ভণি কৰিলে।
Conclusion:ভাৰতবৰ্ষৰ দ্বিতীয় বৃহৎ অনুষ্ঠান ।পৰিমল স্বাস্থ্যৰ শুভ আৰম্ভণি কৰি বি বৰুৱা কৰ্কট চিকিৎসালয়, সঞ্চালক এ চি কটকীয়ে কলে পূৰ্বৰ দুই বাহনৰ সৈতে তিনি নতুন বাহনে কৰ্কট ৰোগীৰ অনুসন্ধান ত সহায়ক হব ।