ETV Bharat / city

তেতেলীয়াত অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু - ভয়ংকৰ পথ দুৰ্ঘটনা

মহানগৰীৰ তেতেলীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন ৷

তেতেলীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
তেতেলীয়াত অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু
author img

By

Published : Dec 15, 2020, 6:57 AM IST

গুৱাহাটী, 15 ডিচেম্বৰ : নিশা মহানগৰীৰ তেতেলীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী । মৃত লোকজন লালমাটিৰ ৰাম বাবু গুপ্তা বুলি জানিব পৰা গৈছে ।

তেতেলীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
তেতেলীয়াত অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু

AS01DJ0974 নম্বৰৰ বাইকেৰে বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে গৈ আছিল লোকজন । সেই সময়তে কোনা অচিনাক্ত বাহনে লোকজনক খুন্দিয়াই থৈ যায় । ফলত থিতাতে নিহত হয় বাইক আৰোহীজন ।

পিছত ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হয় যদিও দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ কোনো সম্ভেদ নাপায় । জালুকবাৰী যান-বাহন আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : 5 গৰাকী সদস্যৰ শপত গ্ৰহণৰে গঠিত হ'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.