ETV Bharat / city

চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা

আজি ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । কামৰূপ মহানগৰ জিলাৰ দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যুটীয়াভাৱে লাভ কৰিলে চতুৰ্থ স্থান ।

Hiyashree Sharma of South Guwahati Jatiya Vidyalaya got 4th position
চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা
author img

By

Published : Jun 6, 2020, 12:24 PM IST

গুৱাহাটী, 6 জুন : আজি ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । কামৰূপ মহানগৰ জিলাৰ দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যুটীয়াভাৱে লাভ কৰিলে চতুৰ্থ স্থান ।

চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই প্ৰতিদিনে ৬ ৰ পৰা ৭ ঘন্টালৈ অধ্যয়ন কৰিছিল । হিয়াশ্ৰী শৰ্মাই মুঠ ৫৯০ নম্বৰ লাভ কৰি যুটীয়াভাৱে নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলৰ নামস্য ডেকাৰ সৈতে চতুৰ্থ স্থান দখল কৰিছে ।

Hiyashree Sharma of South Guwahati Jatiya Vidyalaya got 4th position
চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা

দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ পৰা প্ৰথমবাৰৰ বাবে হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছে । এইবাৰ ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । ভৱিষ্যতে অভিযন্তা হোৱাৰ ইচ্ছা প্ৰকাশ হিয়াশ্ৰীৰ ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.