ETV Bharat / city

যান-বাহন আৰক্ষীৰ বাবে জনসাধাৰণে লগালে ফেন !

গড়চুক যানবাহন আৰক্ষী থানা অন্তৰ্গত গড়চুক, বৰাগাঁও আৰু লখৰা এই তিনিটা ট্ৰেফিক পইণ্টত লগোৱা হ'ল ফেন । স্থানীয় ৰাইজে নিজৰ ধনেৰে ট্ৰেফিক পইণ্টত লগালে ফেন

author img

By

Published : Jun 23, 2019, 9:42 PM IST

যান-বাহন আৰক্ষীৰ বাবে জনসাধৰণ

গুৱাহাটী,২৩জুন : সমাজৰ পৰা মানৱীয়তা শেষ হোৱাৰ সময়তে গুৱাহাটী মহানগৰীৰ একাংশ লোকৰ কামে সমাজলৈ প্ৰেৰণ কৰিলে অন্য এক বাৰ্তা ।

যান-বাহন আৰক্ষীৰ বাবে জনসাধৰণ

বৰ্তমান ৰাজ্যবাসীক দহি মাৰিছে প্ৰচণ্ড গৰমে । এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোৱে যদি আইচক্ৰীম খাইছে, আন কোনোৱে শীতল পানীয় খাই দেহ জুৰ পেলাইছে । কিন্তু প্ৰচণ্ড গৰমকো নেওচি নিজৰ কৰ্তব্য পালন কৰি গৈছে যানবাহন আৰক্ষীসকলে । কিন্তু এই যান বাহন আৰক্ষীৰ বাবে ওলাই আহিল গড়চুকৰ স্থানীয় ৰাইজ । অঞ্চলকেইটাৰ ৰাইজে নিজৰ উপাৰ্জিত ধনেৰে গড়চুক যানবাহন আৰক্ষী থানা অন্তৰ্গত গড়চুক, বৰাগাঁও আৰু লখৰা এই তিনিটা ট্ৰেফিক পইণ্টত লগাই দিলে ফেন । যাৰ ফলত এই প্ৰচণ্ড গৰমত বহু পৰিমাণে সকাহ পাইছে যানবাহন আৰক্ষীয়ে ।

Intro:ট্ৰেফিক পইণ্টত ফেন।

Body:প্ৰচণ্ড গৰমৰ ফলত জনসাধাৰণৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হৈছে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লোকে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰেছে। কোনেৱে নাৰকিল পানী খাইছে, কোনেৱে আইচক্ৰীম খাইছে, আন কোনেৱে শীতল পানী ঠাণ্ডা আদি খাইছে। এই প্ৰচণ্ড গৰমৰ মাজতো যানবাহন আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰবলগীয়া হৈছে, প্ৰচণ্ড গৰম দেখি স্থানীয় লোকে সকলে গড়চুক যানবাহন আৰক্ষী থানা অন্তৰ্গত গড়চুক, বৰাগাঁও আৰু লখৰা এই তিনিটা ট্ৰেফিক পইণ্টত ফেন লগাই দিয়ে। যাৰ ফলত এই প্ৰচণ্ড গৰমত বহু পৰিমানে সকাহ পাইছে যানবাহন আৰক্ষীয়ে।

Byte যানবাহন আৰক্ষী

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.