ETV Bharat / city

গুৱাহাটীত গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ

গুৱাহাটী ৰেলৱে ষ্টেচনত গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গাঞ্জাখিনিৰ বজাৰ মূল্য তিনি লাখ ৷

author img

By

Published : Aug 30, 2019, 1:16 PM IST

গুৱাহাটীত গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ

গুৱাহাটী,30আগষ্ট : শুকুৰবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনৰ তিনি নম্বৰ প্লেটফৰ্মৰ পৰা 30 কেজি ওজনৰ গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা যুৱকজন ত্ৰিপুৰাৰ মহম্মদ ৰূপন মিঞা ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা চননীলৈ ৰেলৰ জৰিয়তে লৈ যোৱাৰ উদ্দেশ্যেৰে আনিছিল যুৱকজনে। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য তিনি লাখ টকা হ'ব বুলি জানিবলৈ দিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ

Body:শুকুৰবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনৰ তিনি নম্বৰ প্লেটফৰ্মৰ পৰা 30 কেজি ওজনৰ গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা চননীলৈ ৰেলৰ জৰিয়তে লৈ যোৱাৰ উদ্দেশ্যেৰে আনিছিল। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য তিনি লক্ষ্য টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। গ্ৰেপ্তাৰ কৰা যুৱকজন ত্ৰিপুৰাৰ মহম্মদ ৰূপন মিঞা (19)।

Conclusion:প্ৰায়ে গুৱাহাটী ৰেলৱে ষ্টেচনত বিভিন্ন নিচাজাতীয় পাদাৰ্থকে ধৰি সোণৰ বিস্কুট আৰু বিভিন্ন ধৰনৰ সা-সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে অস্ত্ৰ সৰবাৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবাৰাহকৰিয়ে ৰেল পথ ব্যৱহাৰ কৰি আহিছে।

Asrar Ansari
গুৱাহাটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.