- মহাবাহু ব্ৰহ্মপুত্ৰত প্ৰচণ্ড ঢৌ
- ঢৌৰ সমান্তৰালভাৱে বলিছে বতাহ
- ফেৰী ঘাটত সৃষ্টি হৈছে গৰাখহনীয়া
- ৰাজ্যত ধুমুহা বতাহৰ আশংকা
- ফেণীৰ আশংকাত কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰিছে ব্ৰহ্মপুত্ৰত ফেৰী সেৱা
- আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
- ৪ আৰু ৫ মে'ত বন্ধ থাকিব ফেৰীৰ চলাচল
- নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটফেণীৰ আশংকাত নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট
ফেণীৰ আশংকাত নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট - NORTH GUWAHATI
ফেণীৰ আশংকাত কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰিছে ব্ৰহ্মপুত্ৰত ফেৰী সেৱা ৷ ৪ৰ পৰা ৫ মে' পৰ্যন্ত বন্ধ থাকিব ফেৰীৰ চলাচল

ফেণীৰ আশংকাত নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট
- মহাবাহু ব্ৰহ্মপুত্ৰত প্ৰচণ্ড ঢৌ
- ঢৌৰ সমান্তৰালভাৱে বলিছে বতাহ
- ফেৰী ঘাটত সৃষ্টি হৈছে গৰাখহনীয়া
- ৰাজ্যত ধুমুহা বতাহৰ আশংকা
- ফেণীৰ আশংকাত কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰিছে ব্ৰহ্মপুত্ৰত ফেৰী সেৱা
- আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
- ৪ আৰু ৫ মে'ত বন্ধ থাকিব ফেৰীৰ চলাচল
- নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটফেণীৰ আশংকাত নিজম উত্তৰ গুৱাহাটীৰ ফেৰী ঘাট
*SLUG= NORTH GHY FANI UTTANGKA*
👉🏾মহাবাহু ব্ৰহ্মপুত্ৰত প্ৰচণ্ড ঢৌ ।
👉🏾ঢৌৰ সমান্তৰাল ভাৱে বলিছে বতাহ ।
👉🏾ফেৰী ঘাটত সৃষ্টি হৈছে গৰাখহনীয়া ।
👉🏾ভয়ংকৰ চাইক্ল'নৰ আশংকা ৰাজ্য।
👉🏾ফনীৰ আশংকাত কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰিছে ব্ৰহ্মপুত্ৰত ফেৰী সেৱা ।
👉🏾আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী - উত্তৰ গুৱাহাটী ফেৰী সেৱা ।
👉🏾৪ৰ পৰা ৫ মে' পৰ্যন্ত বন্ধ থাকিব ফেৰীৰ চলাচল ।
👉🏾ফেৰী ঘাটত নিমাওমাও পৰিবেশ ।
*VISUAL SEND BY FTP*