ETV Bharat / city

হোম কোৱাৰেন্টাইনত থকা এজনী যুৱতীৰ হাহাকাৰ পৰিস্থিতি ! - গুৱাহাটী

তীব্ৰ খাদ্য সংকটত এগৰাকী হোম কোৱাৰেণ্টাইনত থকা কৰ'ণা ৰোগী ৷ ইতিমধ্যে ছ'চিয়েল মিডিয়া যোগে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে ৰোগী জনে ৷

Critical Situation one covid-19 patient in Guwahati
হোম কোৱাৰেন্টাইনত থকা এজনী যুৱতীৰ হাহাকাৰ পৰিস্থিতি !
author img

By

Published : Jul 27, 2020, 5:04 PM IST

গুৱাহাটী, 27 জুলাইঃ গুৱাহাটী মহানগৰীৰ চান্দমাৰীত হোম কোৱাৰেন্টাইন হৈ থকা এজনী খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সমস্যাত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে চৰকাৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে যুৱতী গৰাকীয়ে ৷

হোম কোৱাৰেন্টাইনত থকা এজনী যুৱতীৰ হাহাকাৰ পৰিস্থিতি !

হোম কোৱাৰেন্টাইনত থকা একাংশ ক'ভিড ৰোগীক চৰকাৰে খাদ্যৰ যোগান ধৰা নাই বুলি ইতিমধ্যে বিভিন্ন অভিযোগ উঠিছে ৷ তেনে এক অভিযোগ তুলিছে গুৱাহাটী চান্দমাৰীৰ বালেঙ মুছাহাৰী নামৰ এগৰাকী যুৱতীয়ে ৷ উল্লেখ্য যে,ক'ভিড পজিটিভ হোৱাৰ পাছত স্বাস্থ্য বিভাগে খানাপাৰা ক'ভিড চেন্টাৰত ৰাখিছিল ৷ ইয়াৰ পাছত স্বাস্থ্য বিভাগে যুৱতী গৰাকীক হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিয়ে ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশ মতে যুৱতী গৰাকী হোম কোৱাৰেন্টাইন হৈ আছিল যদিও স্বাস্থ্য বিভাগৰ পৰা যোগান ধৰা নাই বুলি গুৰুতৰ অভিযোগ তোলে যুৱতীগৰাকীয়ে ৷ যাৰ বাবে সমস্যাত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যুৱতীগৰাকী ৷ অৱশেষত ছ'চিয়েল মিডিয়া যোগে যুৱতী গৰাকীয়ে অতি শীঘ্ৰে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক- বৰপেটা জিলা কাৰাগাৰৰ 34 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.