ETV Bharat / city

লোকসভা নিৰ্বাচনৰ পূৰ্বে আছু-কংগ্ৰেছৰ প্ৰাক্তন নেতাৰ যোগদান বিজেপিত - বিজেপিৰ মুখ্য কাৰ্যালয়

ৰাজ্যিক সভাপতিৰ অনুপস্থিতিতেই সম্পন্ন বিজেপিত যোগদান কাৰ্যসূচী

হেঙেৰাবাৰীত 50 সদস্যৰ বিজেপিত যোগদান
author img

By

Published : Mar 13, 2019, 5:41 PM IST

গুৱাহাটী,১৩মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে বুধবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰায় অৰ্ধশতাধিক লোকে বিজেপিত যোগদান কৰে । ইয়াৰ ভিতৰত বিশেষকৈ আছুআৰু কংগ্ৰেছৰ বহুকেইজন প্ৰাক্তন নেতাই যোগদান কৰে বিজেপিত ।

হেঙেৰাবাৰীত 50 সদস্যৰ বিজেপিত যোগদান
আছুৰ প্ৰাক্তন নেতা ভাস্কৰ তালুকদাৰ, আছুৰ গৌতম দত্ত, আছুৰ সম্পাদক সাজন দেৱনাথ, প্ৰাঞ্জল শইকীয়াৰ পুত্ৰ তন্ময় শইকীয়াই বুধবাৰে যোগদান কৰে বিজেপি দলত ।

উল্লেখ্য যে এই যোগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি উপস্থিত থকাৰ কথা আছিল যদিও শেষত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ আৰু উপসভাপতিৰ উপস্থিতিতেইযোগদান কাৰ্যসূচী সম্পন্ন কৰা হয় ।

Intro:bjp চৰকাৰৰ ভিতৰচৰাত কি চলিছে? ৰাজ্যিক সভাপতিৰ বাবে ৰৈ শেষত bjp ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ আৰু bjp ৰ উপসভাপতিৰেই সভা সম্পন্ন। ৰাজ্যিক সভাপতিৰ অনুপস্থিতিই বি যে পিত যোগদান কাৰ্যসূচী।আছুৰ প্ৰাক্তন নেতা আৰু কংগ্ৰেছৰ প্ৰাক্তন নেতাৰ যোগদান bjp। আছুৰ প্ৰাক্তন নেতা ভাস্কৰ তালুকদাৰ, আছুৰ গৌতম দত্ত আছুৰ সম্পাদক সাজন দেৱনাথ, প্ৰাঞ্জল শইকীয়াৰ পুত্ৰ তন্ময় শইকীয়া ৰ যোগদান bjp ত।

Body:আনহাতে বক্সা জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ধীৰাজ ডেকাও অংশ গ্ৰহণ কৰিলে bjpt।মুঠ 50 জন সদস্যই যোগদান কৰে হেঙেৰা বাৰী bjp কাৰ্যালয়ত ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.