ETV Bharat / city

বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ

author img

By

Published : Feb 7, 2020, 7:44 PM IST

বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন কৰে ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াই ৷

পৰিদৰ্শন ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম

গুৱাহাটী, 7 ফেব্ৰুৱাৰী : বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ৰাজস্থান ৰয়েলছৰ মেচৰ পূৰ্বে ষ্টেডিয়াম পৰিদৰ্শন কৰিলে ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াই ৷ উল্লেখ্য যে, গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত বি চি চি আইয়ে ৰাজস্থান ৰয়েলছৰ তিনিখন আই পি এল মেচ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ সেয়েহে মেচখন অনুষ্ঠিত কৰিবৰ বাবে এনেদৰে পৰিদৰ্শনৰ বাবে উপস্থিত হয় ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ দল ৷

বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ

তিনিখনৰ ভিতৰত দুখন মেচ গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিত শইকীয়াই ৷ ষ্টেডিয়াম পৰিদৰ্শনৰ পাচত ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াসকলে অসম ক্ৰিকেট সন্থাৰ বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয় ৷ বৈঠকত আই পি এলৰ মেচ কেইখন পৰিচালনাক লৈ আলোচনা কৰা হয় ৷

অসমত ৰাজস্থান ৰয়েলছৰ আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি ৰাজস্থান উচ্চ ন্যায়ালয়ত এক পি আই এল দাখিল কৰা হৈছিল ৷ পি আই এলৰ শুনানি অহা ১৩ ফেব্ৰুৱাৰীত গ্ৰহণ কৰা হ'ব ৷

আৰু পঢ়ক : তিহাৰ কাৰাগাৰত এগৰাকী বন্দীৰ আত্মহত্যা

Intro:ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াই পৰিদৰ্শন কৰিলে বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম। ৰাজস্থান ৰয়েলছৰ আই পি এল মেচকলৈ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম পৰিদৰ্শন কৰিলে ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াই।

Body:গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত বি চি চি আইয়ে ৰাজস্থান ৰয়েলছৰ তিনিখন আই পি এল মেচ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদানৰ পিছতে শুকুৰবাৰে অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত পৰিদৰ্শন কৰে ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ দলে। আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ ষ্টেডিয়ামখন পৰিদৰ্শন কৰে ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ দলে। বৰ্তমানলৈকে মেচৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱা নাই যদিও ৰাজস্থান ৰয়েলছ তিনিখনকৈ মেচ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত বি চি চি আইয়ে অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। তিনিখনৰ ভিতৰত দুখন মেচ গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিত শইকীয়াই। ষ্টেডিয়াম পৰিদৰ্শনৰ পিছত ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়া সকলে অসম ক্ৰিকেট সন্থাৰ বিষয়া সকলৰ লগত এই বৈঠকত মিলিত হয়। বৈঠকত আই পি এলৰ মেচ কেইখন পৰিচালনাক লৈ আলোচনলা কৰা হয়।

বাইট : দেৱজিত শইকীয়া, সাধাৰণ সম্পাদক, অসম ক্ৰিকেট সন্থা

Conclusion:অসমত ৰাজস্থান ৰয়েলছৰ আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি ৰাজস্থান উচ্চ ন্যালায়ত এক পি আই এল দাখিল কৰা হৈছে। পি আই এলৰ শুনানি অহা ১৩ ফেব্ৰুৱাৰী তাৰিখে গ্ৰহণ কৰা হ'ব। ১৩ ফেব্ৰুৱাৰীৰ শুনানি অসম ক্ৰিকেট সন্থাই ৰাজস্থান উচ্চ ন্যালায়ত গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ মেচ কেইখন অনুষ্ঠিত কৰিবলৈ দৰখস্ত দাখিল কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.