ETV Bharat / city

গুৱাহাটীত মাদক দ্ৰব্য বিৰোধী সজাগতামূলক চাইকেল ৰেলী

author img

By

Published : Jul 2, 2022, 8:41 PM IST

শনিবাৰে ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি মানুহৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে গুৱাহাটীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ব্যতিক্ৰম গোষ্ঠীৰ উদ্যোগত বি বৰুৱা ৰোডস্থিত হোটেল লেণ্ডমাৰ্কৰ পৰা খানাপাৰালৈ উলিওৱা হয় এই ড্ৰাগছ সজাগতামূলক চাইকেল ৰেলী (Awareness cycle rally against drugs in Guwahati) । এই চাইকেল ৰেলীত প্ৰায় শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ।

awareness-cycle-rally-against-drugs-in-guwahati
গুৱাহাটীত ব্যতিক্ৰম গোষ্ঠীৰ উদ্যোগত ড্ৰাগছ তথা মাদক দ্ৰব্য বিৰোধী সজাগতামূলক চাইকেল ৰেলী

গুৱাহাটী,২জুলাই: ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি মানুহৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে গুৱাহাটীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ব্যতিক্ৰম গোষ্ঠীৰ উদ্যোগত চলি থকা 60 দিনীয়া ড্ৰাগছ তথা মাদক দ্ৰব্য বিৰোধী সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে পুৱাৰ ভাগত এক চাইকেল ৰেলী উলিওৱা হয় (Awareness cycle rally against drugs in Guwahati) ।

এই অভিযানৰ ২৯ দিনৰ কাৰ্যসূচীত মহানগৰীৰ বি বৰুৱা ৰোডস্থিত হোটেল লেণ্ডমাৰ্ক পৰা খানাপাৰালৈ উলিওৱা হয় এই ড্ৰাগছ সজাগতামূলক চাইকেল ৰেলী । এই চাইকেল ৰেলীত প্ৰায় শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিগত 4 জুনৰ পৰা 60 দিনীয়া কাৰ্যসূচীৰে ব্যতিক্ৰম গোষ্ঠীৰ উদ্যোগত ৰাজভৱনৰ পৰা আৰম্ভ হৈছিল ড্ৰাগছ তথা মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা মূলক কাৰ্যসূচী ।

এই চাইকেল ৰেলী কাৰ্যসূচীত ব্যতিক্ৰম গোষ্ঠীৰ স্বত্বাধিকাৰী ড৹ সৌমেন ভাৰতীয়া, ৰাজ্যপালৰ পি পি এছ ডাঃ এছ এন ভৌমিক, গেট হস্পিটেলৰ পৰিচালক সঞ্চালক ডাঃ বেদব্ৰত পাঠককে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: RIP Kishor Das : অজান পৃথিৱীলৈ গ’ল গৈ অভিনেতা কিশোৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.