ETV Bharat / city

শ্বহীদক স্মৰণৰে আৰম্ভণি কৰা হৈছে আছুৰ শপত গ্ৰহণ অনুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্বভাৰ অৰ্পণ আৰু শপত গ্ৰহণ অনুষ্ঠান । শপত গ্ৰহণৰ পূৰ্বে ৰাজনৈতিক ধাৰা অক্ষুন্ন ৰাখি ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰিছে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

author img

By

Published : Nov 30, 2020, 2:31 PM IST

assu-meet-at-ghy-university
শ্বহীদক স্মৰণৰে আৰম্ভণি কৰা হৈছে আছু শপত গ্ৰহণ অনুষ্ঠান

গুৱাহাটী, 30 নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্বভাৰ অৰ্পণ আৰু শপত গ্ৰহণ অনুষ্ঠান । শ্বহীদক স্মৰণৰে শুভাৰম্ভণি কৰা হৈছে এই অনুষ্ঠান ।

অনুষ্ঠানত উপস্থিত আছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ, নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈকে প্ৰমুখ্য কৰি আছুৰ আটাইকেইগৰাকী কাৰ্যনিৰ্বাহক সদস্য।

শপত গ্ৰহণৰ পূৰ্বে ৰাজনৈতিক ধাৰা অক্ষুন্ন ৰাখি ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰিছে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

লগতে পঢ়ক : মাঞ্জাত বাছ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৪ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.