ETV Bharat / city

অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা

author img

By

Published : Jul 5, 2020, 8:16 AM IST

Updated : Jul 5, 2020, 8:45 AM IST

অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা ৷ কামৰূপ মেট্ৰ' পলিটান জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ ঘোষণা ৷

কামৰূপ মেট্ৰ' পলিটান জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু
অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা

গুৱাহাটী, 5 জুলাই : গুৱাহাটীৰ ৰাজভৱনত COVID-19 পজিটিভৰ ঘটনা পোহৰলৈ অহাৰ পাচতে চৌহদটোক কনটেইনমেন্ট জ'ন ঘোষণা কৰিছে ৷ শনিবাৰে কামৰূপ মেট্ৰ' পলিটান জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই ঘোষণা কৰে ৷ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক চৌহদটো ছীল কৰিবলৈ বিশ্বজিৎ পেগুৱে নিৰ্দেশ প্ৰদান কৰে ৷

কামৰূপ মেট্ৰ' পলিটান জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ ঘোষণা
অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, বৰ্তমানলৈকে অসমত কৰ'ণা আক্ৰান্তৰ সংখ্যা 11,001 হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে 14 গৰাকীৰ ৷ 6743 গৰাকী লোক আৰোগ্য হৈ উঠাৰ পৰিৱৰ্তে সক্ৰিয় হৈ আছে 4241 টাকৈ ঘটনা ৷

লগতে পঢ়ক : আমগুৰিত বানত ক্ষতিগ্ৰস্ত কৃষকৰ সৈতে পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

Last Updated : Jul 5, 2020, 8:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.