নিউজ ডেস্ক, 1 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ মঙলবাৰে নিশা পুনৰ 572 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত টুইট যোগে প্ৰকাশ কৰিছে এই তথ্য ৷ উল্লেখ্য যে, এই আক্ৰান্তৰ 380 টা ঘটনা কেৱল গুৱাহাটী মহানগৰীতেই পঞ্জীয়নকৃত কৰা হয় ৷ ইয়াৰ লগে-লগে বৰ্তমানলৈকে অসমত কৰ’ণা ভাইৰাছত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 8407 ৷ ইয়াৰে ভিতৰত আৰোগ্য হৈ উঠিছে 5647 গৰাকী লোক ৷
-
📌Alert ~ 572 new #COVID19+ cases detected today.
— Himanta Biswa Sarma (@himantabiswa) June 30, 2020 " class="align-text-top noRightClick twitterSection" data="
Today, 380 cases were reported in Guwahati City alone, and need for caution can't be overemphasized.
↗️Total cases 8407
↗️Recovered 5647
↗️Active cases 2745
↗️Deaths 12
11:55 PM/ June 30/ Day's total 613#AssamCovidCount pic.twitter.com/edBCCzJpuf
">📌Alert ~ 572 new #COVID19+ cases detected today.
— Himanta Biswa Sarma (@himantabiswa) June 30, 2020
Today, 380 cases were reported in Guwahati City alone, and need for caution can't be overemphasized.
↗️Total cases 8407
↗️Recovered 5647
↗️Active cases 2745
↗️Deaths 12
11:55 PM/ June 30/ Day's total 613#AssamCovidCount pic.twitter.com/edBCCzJpuf📌Alert ~ 572 new #COVID19+ cases detected today.
— Himanta Biswa Sarma (@himantabiswa) June 30, 2020
Today, 380 cases were reported in Guwahati City alone, and need for caution can't be overemphasized.
↗️Total cases 8407
↗️Recovered 5647
↗️Active cases 2745
↗️Deaths 12
11:55 PM/ June 30/ Day's total 613#AssamCovidCount pic.twitter.com/edBCCzJpuf
আনহাতে বৰ্তমানলৈকে ৰাজ্যখনত ক’ভিডত মৃত্যু হৈছে 12 গৰাকী লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 2745 টা ঘটনা ৷ 30 জুনত মুঠ 613 টা আক্ৰান্তৰ ঘটনা ধৰা পৰে ৰাজ্য়খনত ৷
লগতে চাওক-ৰাজ্যৰ বান পৰিস্থিতি : বৰ্তমানলৈকে 27 জন লোকৰ মৃত্যু