ETV Bharat / business

BSNL,আৰু MTNLৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 29,937 কোটি

author img

By

Published : Oct 23, 2019, 7:47 PM IST

দিপাৱলীৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু মহানগৰ টেলিফোন নিগম লিমিটেডৰ বাবে ঘোষণা কৰিছে আৰ্থিক সাহায্য ৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে বুধবাৰে ঘোষণা কৰিছে এই কথা ৷

বিএছএনএল

নিউজ ডেস্ক, 23 অক্টোবৰঃ ভাৰতৰ চৰকাৰী খণ্ডৰ টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু মহানগৰ টেলিফোন নিগম লিমিটেডলৈ সুখবৰ ৷ কেন্দ্ৰীয় চৰকাৰে দুয়োটা ৰাজহুৱা খণ্ডৰ টেলিকম সংস্থাৰ পুনৰ উজ্জীৱিত কৰি তুলিবলৈ ঘোষণা কৰিছে বৃহৎ আৰ্থিক সাহায্য ৷

লগতে পঢ়কঃ কেতিয়ালৈ সলনি হ'ব পাকিস্তানৰ চৰিত্ৰ ?

কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে বুধবাৰে সংবাদমেলযোগে ঘোষণা কৰিছে এই কথা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ পিচতে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ ঠগৰ সমাজত শিক্ষাৰ বজাৰমূল্যঃ ভুৱা শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰৰে ভৰিছে দেশ

লোকচানত থকা ৰাজহুৱা খণ্ডৰ টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনএল আৰু মহানগৰ টেলিফোন নিগম লিমিটেড চমুকৈ এমটিএনএলক চৰকাৰে প্ৰদান কৰিব 29,937 কোটিৰ আৰ্থিক সাহায্য ৷ দুয়োটা প্ৰতিষ্ঠানকে এটালৈ ৰূপান্তৰিত কৰি পুনৰ উজ্জীৱিত কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ ধনৰাশি ব্যৱহাৰ কৰিব ৷

লগতে পঢ়কঃ 12 বিধ ৰোগৰ ক্ষেত্ৰত অটল অমৃতৰ পৰা কি সুবিধা পাব ?

ইয়াৰ লগতে দুয়োটা সংস্থাত কৰ্মৰত কৰ্মীসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে ৷ দুয়োটা সংস্থা একেলগ কৰাৰ পূৰ্বেই বিএছএনএলৰ সহযোগী হিচাপে থাকিব এমটিএনএল

Intro:Body:

বিএছএনএলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 29,937 কোটি 

দিপাৱলীৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু মহানগৰ টেলিফোন নিগম লিমিটেডৰ বাবে ঘোষণা কৰিছে আৰ্থিক সাহাৰ্য ৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে বুধবাৰে ঘোষণা কৰিছে এই কথা ৷ 

নিউজ ডেস্ক, 23 অক্টোবৰঃ ভাৰতৰ চৰকাৰী খণ্ডৰ টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু মহানগৰ টেলিফোন নিগম লিমিটেডলৈ সুখবৰ ৷ কেন্দ্ৰীয় চৰকাৰে দুয়োটা ৰাজহুৱা খণ্ডৰ টেলিকম সংস্থাৰ পুনৰ উজ্জীৱিত কৰি তুলিবলৈ ঘোষণা কৰিছে বৃহৎ আৰ্থিক সাহাৰ্য ৷ 

কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে বুধবাৰে সংবাদমেলযোগে ঘোষণা কৰিছে এই কথা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ পিচতে সংবাদমাধ্যমৰ আগত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰীগৰাকীয়ে ৷ 

লোকচানত থকা ৰাজহুৱা খণ্ডৰ টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনএল আৰু মহানগৰ টেলিফোন নিগম লিমিটেড চমুকৈ এমটিএনএলক চৰকাৰে প্ৰদান কৰিব 29,937 কোটিৰ আৰ্থিক সাহাৰ্য ৷ দুয়োটা প্ৰতিষ্ঠানকে এটালৈ ৰূপান্তৰিত কৰি পুনৰ উজ্জীৱিত কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ ধনৰাশি ব্যৱহাৰ কৰিব ৷ 

ইয়াৰ লগতে দুয়োটা সংস্থাত কৰ্মৰত কৰ্মীসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব চৰকাৰে ৷ দুয়োটা সংস্থা একেলগ কৰাৰ পূৰ্বেই বিএছএনএলৰ সহযোগী হিচাপে থাকিব এমটিএনএল ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.