ETV Bharat / business

ভাৰতী,ভ’ডাফোন আইডিয়াৰ সমন্বিত ৰাজহত প্ৰচণ্ড আঘাট উচ্চতম ন্যায়ালয়ৰ

অপাৰেটৰসকলে সমন্বিত ৰাজহত লাইচেঞ্চ ফ্ৰি আৰু স্পেকট্ৰাম ব্যৱহাৰৰ চাৰ্জ প্ৰদান কৰে লগতে অনুজ্ঞাপত্ৰবিহীন ক্ৰিয়াকলাপ সমূহ (ট্ৰেজাৰি, আয়, লাভাংশ, মূলধন লাভ, বৈদেশিক মূদ্ৰাৰ আয় আদি)ৰ বাবেও চাৰ্জ প্ৰদান কৰে ৷ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে, সমন্বিত ৰায়ৰ সংজ্ঞাক লৈ ডটৰ দাবী তুলনামূলকভাৱে সুতৰ প্ৰয়োগ, জৰিমনাৰ লগতে জৰিমনাৰ ওপৰত সুত উভয়েই বৈধ ৷ আনহাতে অপাৰেটৰসমূহে ডটত যিবোৰ দাবী উত্থাপন কৰিছে তাৰ 100 শতাংশই পৰিশোধ কৰাৰ বাবে দায়বদ্ধ ৷

author img

By

Published : Oct 28, 2019, 11:12 PM IST

Updated : Oct 28, 2019, 11:27 PM IST

নতুন দিল্লী, 28 অক্টোবৰঃ ভাৰতীয় টেলিকম অপাৰেটৰসমূহৰ পৰা সৰ্ব্বমুঠ সমন্বিত ৰাজহ 92,6441 টকা পুনৰুদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰায়ক এয়াৰটেল, ভ’ডাফোন আৰু আইডিয়া লিমিটেডক বহুল পৰিমাণে আঘাত কৰা বুলি মন্তব্য কৰে কোটক চিকিউৰিটিজ পক্ষই ৷ দীৰ্ঘদিন ধৰি চলি থকা সমন্বিত ৰাজহৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতেই এয়াৰটেল আৰু ভ’ডাফোন আইডিয়া সংযুক্ত সংস্থাই যথাক্ৰমে 21,700 কোটি আৰু 28,300 কোটি টকা দিবলৈ বাধ্য হয় ৷ এই দায়বদ্ধতা কেৱল অল্প বেতনৰ লাইচেঞ্চ ফ্ৰি আৰু সম্পৰ্কিত জৰিমনা তথা সুতৰ সৈতে জড়িত ৷ স্বল্প বেতনৰ স্পেকট্ৰাম ব্যৱহাৰৰ চাৰ্জৰ ওপৰত সম্পৰ্কীয় চাহিদাও সম্ভাৱনাপূৰ্ণ, যি লাইচেঞ্চ ফ্ৰি চাহিদাৰ 60-70 শতাংশ হ’ব পাৰে, ব্ৰোকাৰেজ হাউচে এক প্ৰতিবেদনত এই কথা উল্লেখ কৰে ৷

'Supreme Court order on AGR huge blow to Bharti, Voda-Idea'
ভাৰতী,ভ’ডাফোন আইডিয়াৰ সমন্বিত ৰাজহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

এই ৰায়দানে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি ইয়াত কয় যে, 15 জন অপাৰেটৰৰ (যাৰ মাজৰ 10 জনে ইতিমধ্যে উদ্যোগটোৰ পৰা ওলাই আহিছে) সামগ্ৰিক চাহিদা 92,6464 কোটি টকা ৷ এয়াৰটেল আৰু ভ’ডাফোন আইডিয়া উভয়েই তেঁওলোকৰ প্ৰেচ বিজ্ঞপ্তিযোগে উদ্যোগদুটাৰ ওপৰত প্ৰদান কৰা ৰায়দানৰ পৰ্যালোচনা কৰাৰ বাবে লগতে শাখাৰ আৰ্থিক বোজা প্ৰশমিত কৰাৰ উপায় বিচৰাৰ বাবে চৰকাক আবেদন জনায় ৷ ভ’ডাফোন আইডিয়াই এইটোও ইংগিত প্ৰদান কৰিছে যে, এই কাৰ্যৰ বাবে কোনো প্ৰযুক্তিগত বা পদ্ধতিগত ভিত্তি থাকিলে ই পৰ্যালোচনাৰ দিশে দৃষ্টিগোচৰ কৰিব পাৰে ৷

"আইন বিশেষজ্ঞসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত আমাৰ বুজাবুজি পৰ্যালোচনা আবেদনৰ বাবে গৃহীত হোৱা গোচৰটো অত্যন্ত দুৰ্বল"-প্ৰতিবেদন খনত এই কথাৰো উল্লেখ কৰা হয় ৷ ধৰা হ’ল যে, 28,300 কোটি টকাৰ বকেয়া ধনে কোনো ধৰণৰ সহায়ক নহয়, কিন্তু ই ভ’ডাফোন আৰু আইডিয়াৰ বাবে পূৰ্বৰ স্থিতিক আৰু অধিক কঠিন কৰি তুলিব ৷ "এই অৰ্থ প্ৰদানৰ বাবে প্ৰয়োজনীয় তহবিল গঠনৰ বাবে সংস্থাদুটাক বৃহৎ ইকুইটি উত্থানৰ বাবে আৰু অন্য পদক্ষেপ অৱলম্বন কৰিব লাগিব ৷ আনহাতে আমি যি পৰিমাণৰ কথা কৈ আছো সেইয়া সংস্থাৰ বৰ্তমানৰ বজাৰ মূলধনৰ অধিক ৷ " প্ৰতিবেদনখনত জনোৱা হয় ৷ 24 অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ সমন্বিত ৰাজহৰ সংজ্ঞাৰ প্ৰসংগত চলি থকা দীৰ্ঘকালীন বিৰোধক টেলিকমিউনিকেচনৰ পক্ষত ৰায় প্ৰদান কৰে ৷

Intro:Body:

Kotak Securities said "the amounts are material for both Bharti Airtel and Vodafone Idea and places the latter specifically in a very tricky spot, given the massive stress it is already under."

New Delhi: The Supreme Court verdict allowing the Centre to recover Rs 92,641 crore in total adjusted gross revenue (AGR) from telecom operators in India is a massive blow to Bharti Airtel and Vodafone Idea Ltd, Kotak Securities has said.

Conclusion:
Last Updated : Oct 28, 2019, 11:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.