তিতাবৰ,২১ এপ্ৰিল : দেওবাৰে তিতাবৰৰ লুনপুৰীয়াত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । As05G1216 নম্বৰৰ এখন চাৰিচকীয়া এলট্ৰ' গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হয় গাড়ীচালকসহ তিনিজনকৈ লোক । অত্যধিক সুৰা পান কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ইতিমধ্যেই সংকটজনক অৱস্থাত গাড়ীচালকসহ তপন বৰঠাকুৰ, মুকুল পাটগিৰিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা - অত্যাধিক সুৰা
তিতাবৰৰ লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত আহত গাড়ীচালকসহ তিনিজন লোক
লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
তিতাবৰ,২১ এপ্ৰিল : দেওবাৰে তিতাবৰৰ লুনপুৰীয়াত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । As05G1216 নম্বৰৰ এখন চাৰিচকীয়া এলট্ৰ' গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হয় গাড়ীচালকসহ তিনিজনকৈ লোক । অত্যধিক সুৰা পান কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ইতিমধ্যেই সংকটজনক অৱস্থাত গাড়ীচালকসহ তপন বৰঠাকুৰ, মুকুল পাটগিৰিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
Intro:যোৰহাট আৰু গোলাঘাটৰ সীমান্ত লুনপুৰীয়া পথ দুৰ্ঘটনা ।অত্যাধিক সুৰা পান কৰি গাড়ীখন চলাই চিল চালকে ।As05G1216 alto খন দুৰ্ঘটনা হয়।Body:আজি লুনপুৰীয়া অত্যাধিক মদ খাই গাড়ী চলোৱা ফলতAs05G1216 number alto গাড়ী এখন দুৰ্ঘটনা হয় গাড়ী চালক সহ টপন বৰঠাকুৰ, মকুল পাঠগিৰি গুৰুত্ব ভাবে আহত হয় ।বৰ্তমান তিনিজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেৰণা কৰা হৈছে। অত্যন্ত মদ খাই চলোৱাৰ ফলত এই দুৰ্ঘটনা সংগঠিত হয়।Conclusion: