ETV Bharat / briefs

প্ৰতীক হাজেলাক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ - ৱাজেদ আলী চৌধুৰী

কংগ্ৰেছৰ এটা বিধায়িনী দলে সাক্ষাৎ কৰে এন.আৰ.চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক, দাবী আপত্তিৰ ক্ষেত্ৰত বহু প্ৰকৃত ভাৰতীয় সন্মুখীন হোৱা সমস্যাৰ ওপৰত আলোচনা কৰে বিধায়িনী দলটোৱে

প্ৰতীক হাজেলাক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ
author img

By

Published : May 10, 2019, 10:40 PM IST

গুৱাহাটী,১০মে' : শুকুৰবাৰে কংগ্ৰেছৰ এটা বিধায়িনী দলে সাক্ষাৎ কৰে এন.আৰ.চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক । বিধায়িনী দলটোৱে কেবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে হাজেলাক । বিধায়িনী দলটোত উপস্থিত থাকে দেৱব্ৰত শইকীয়া, অজন্তা নেওগ, নৰুল হুদা, ৱাজেদ আলী চৌধুৰী, চেৰমান আলীকে ধৰি কেইবাজনো সদস্য ।

প্ৰতীক হাজেলাক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ

উল্লেখ্য যে,দাবী আপত্তিৰ ক্ষেত্ৰত বহু প্ৰকৃত ভাৰতীয় নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। একাংশই এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা বহু লোকৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ । কিন্তু অভিযোগৰ শুনানিৰ দিনা অভিযোগকাৰী উপস্থিত নথকাত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় বহু লোক । এই ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতীক হাজেলাক লিখিত আহ্বান জনাই কংগ্ৰেছৰ বিধায়িনী দলটোৱে । ইফালে, বিধায়িনী দলটোৱে আছুকো এই ক্ষেত্ৰত জগৰীয়া কৰি কয় একাংশ আছু সদস্যই অভিযোগ দাখিল কৰে যদিও শুনানিৰ সময়ত উপস্থিত নাথাকে কোনো এজন আছু সদস্য ।

Intro:শুকুৰবাৰে কংগ্ৰেছৰ এটা বিধায়িনী দলে সাক্ষাৎ কৰে NRCৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক। কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে বিধায়িনী দলটোৱে। দাবী আপত্তিৰ ক্ষেত্ৰত বহু প্ৰকৃত ভাৰতীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। একাংশই আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা বহু লোকৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ। কিন্তু অভিযোগৰ শুনানিৰ দিনা উপস্থিত নাথাকে অভিযোগকাৰী। যাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বহু লোক। এই ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতীক হাজেলাক লিখিত আহ্বান জনাই কংগ্ৰেছৰ বিধায়িনী দলটোৱে। ইফালে বিধায়িনী দলটোৱে আছুকো এই ক্ষেত্ৰত জগৰীয়া কৰে। কিয়নো একাংশ আছু সদস্যই অভিযোগ দাখিল কৰে যদিও শুনানিৰ সময়ত উপস্থিত নাথাকে তেওঁলোক।

Body:উল্লেখযোগ্য যে এন আৰ চিৰ পৰীক্ষণৰ নামত দূৰ দূৰণিলৈ লোকসকলক আমন্ত্ৰণ জনোৱা ক্ষেত্ৰতো NRCৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ লগত আলোচনা কৰে। বিধায়িনী দলটোত উপস্থিত থাকে দেৱব্ৰত শইকীয়া, অজন্তা নেওগ, নৰুল হুদা, ৱাজেদ আলী চৌধুৰী, চেৰমান আলীকে ধৰি কেইবাজনো সদস্য।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.