ETV Bharat / briefs

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আনন্দিত যোৰহাটৰ এখন বিদ্যালয়

author img

By

Published : May 16, 2019, 2:45 PM IST

বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯০% উত্তীৰ্ণৰে সাফল্য় লাভ কৰিবলৈ সক্ষম হয় উত্তৰ-পশ্চিম যোৰহাটৰ এখন বিদ্যালয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আনন্দিত যোৰহাটৰ এখন বিদ্যালয়

যোৰহাট,১৫মে': বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে সুখবৰ কঢ়িয়াই আনিলে উত্তৰ-পশ্চিম যোৰহাটৰ এখন বিদ্যালয়লৈ। কাৰণ, বিগত বৰ্ষত শূন্য ফলাফল প্ৰদৰ্শন কৰা এই বিদ্যালয়খনে এই বৰ্ষত ৯০%উত্তীৰ্ণৰে ফলাফল লাভ কৰিবলৈ সক্ষম হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আনন্দিত যোৰহাটৰ এখন বিদ্যালয়

উল্লেখযোগ্য যে, এই বৰ্ষত ১০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৯ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। বিদ্যালয়খনৰ এই সাফল্যত আনন্দিত হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল।

নিৰাশাৰ মাজত আশাৰ ৰেঙনী।।
ব্যৰ্থতাৰ ধাৰা ভংগ কৰি উজ্জলিছে উত্তৰ-পশ্চিম যোৰহাটৰ এখন বিদ্যালয়।।

বিগত বৰ্ষত শূন্য ফলাফল প্ৰদৰ্শন কৰা উত্তৰ-পশ্চিম যোৰহাটৰ ওপৰ দেউৰী দিচৈ পৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে এই বৰ্ষত ৯০%উত্তীৰ্ণৰে নতুন আশা ৰেঙনী কঢ়িয়াই আনিছে চৰকাৰী বিদ্যালয় খন্ডলৈ।এই ব্ষৰ ফলাফল পূৰ্বৰ দৰে হোৱা হলে বিদ্যালয় খন সৰ্বকালৰ বাবে বন্ধ হোৱাৰ সম্ভাৱনা আছিল।কিন্তু কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষনা হোৱাৰ পৰা ছতে বিদ্যালয় খনত উৎসৱ মুখৰ পৰিৱেশ।কেৱৰ ছাত্ৰ-ছাত্ৰীয়ে নহয় শিক্ষক-শিক্ষয়ত্ৰীৰ চকুলোৰে নিগৰিল আনন্দৰ অশ্ৰু।সেয়া যেন নতুন জীৱন পোৱাৰ আনন্দ,দীৰ্য সময়ৰ প্ৰতিক্ষাৰ অন্তত পোৱা প্ৰচেষ্টাৰ ফল।উল্লেখযোগ্য যে এই বৰ্ষত ১০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৯ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হয়।
আনহাতে উত্তীৰ্ণ হোৱাৰ ফলত বাক-ৰোদ্ধ হৈ পৰিল উত্তীৰ্ণ হোৱা ছাত্ৰী।যোৰহাট চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত বিদ্যালয় খনৰ উত্তীৰ্ণ ফলাফলে স্হানীয় ৰাইজৰ লগতে অভিভাৱকৰ মাজত আনন্দৰ উৎসৱ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.