ETV Bharat / briefs

তিনিজন সমৰ্থক লৈ নিৰ্বাচনী প্ৰচাৰ শুকুৰ আলীৰ - assam news

বৃহস্পতিবাৰে পশ্চিম বিলাসীপাৰাত মাত্ৰ তিনিজন সমৰ্থক আৰু দুজন দেহৰক্ষী লগত লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰে ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে৷ লগতে প্ৰাৰ্থী গৰাকীয়ে তেঁও বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে ।

তিনিজন সমৰ্থক লৈ নিৰ্বাচনী প্ৰচাৰ শুকুৰ আলীৰ
author img

By

Published : Apr 11, 2019, 11:10 PM IST

ধুবুৰী, 11 এপ্ৰিলঃ "কংগ্ৰেছ, অসম গণ পৰিষদ কোনো ফেক্টৰ নহয় | মোৰ প্ৰতিদ্বন্দিতা হ'ব এ আই ইউ ডি এফৰ সৈতে |" বৃহস্পতিবাৰে পশ্চিম বিলাসীপাৰাত মাত্ৰ তিনি জন সমৰ্থক আৰু দুজন দেহৰক্ষী লগত লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰে ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে ৷ লগতে প্ৰাৰ্থী গৰাকীয়ে বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে ৷ অনুন্নত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰকৃত ছবিখন সাংসদত দাঙি ধৰাৰ উদ্দেশ্যেৰে তেঁও নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

তিনিজন সমৰ্থক লৈ নিৰ্বাচনী প্ৰচাৰ শুকুৰ আলীৰ

আনহাতে, বদৰুদ্দিন আজমলক পৰাভূত কৰাই প্ৰাৰ্থী গৰাকীৰ মূল লক্ষ্য বুলিও মন্তব্য কৰে শুকুৰ আলীয়ে ৷ তদুপৰি আজমলে বি টি এ ডিৰ নিৰ্বাচনত ইউপিপিএল দলক সমৰ্থন কৰা বিষয়টি সহজভাৱে মানি লব পৰা নাই বুলি মন্তব্য কৰে শুকুৰ আলীয়ে |

উল্লেখ্য যে, ২৬ বছৰীয়া শুকুৰ আলী ৰাজ্যৰ কনিস্টতম লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ।

Intro:কংগ্ৰেছ, অসম গণ পৰিষদ কোনো ফেক্টৰ নহয় | মোৰ প্ৰতিদ্বন্দ্বিতা হব এ আই ইউ ডি এফৰ সৈতে | পশ্চিম বিলাসীপাৰাত এই মন্তব্য ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীৰ নিৰ্বাচনী প্ৰচাৰ|
মই বিপুল ভোটত জয়ী হম নিৰ্বাচনত এই দাবীও কৰে নিৰ্দলীয় প্ৰাৰ্থী গৰাকী |Body:বৃহস্পতিবাৰে মাত্ৰ তিনি জন সমৰ্থক আৰু দুজন দেহৰক্ষী লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিলাসীপাৰা চহৰত উপস্থিত হয় অখ্যাত নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে |
V. O - এই গৰাকী প্ৰাৰ্থী লৈ মন কৰক, নাম শুকুৰ আলী,ঘৰ গৌৰীপুৰৰ মদাতীত | বয়স ২৬ বছৰ | এওঁৰ আকৌ দিল্লী সাংসদলৈ যাত্ৰাৰ খুবেই হেপাহ | অনুন্নত ধুবুৰী লোকসভা সমষ্টিৰ জিয়া ছবি খন দাঙি ধৰিব সাংসদত | তাৰেই উদ্দেশ্য মনত বান্ধি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে শুকুৰ আলী | আনহাতে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ পৰা ধুবুৰী লোকসভা সমষ্টি খনক মুক্ত কৰা | লক্ষ্য বদৰুদ্দিন আজমলক পৰাভূত কৰা | বদৰুদ্দিন আজমলৰ জৰাফুকাৰ ৰাজনীতিৰ পৰা সমষ্টি খনক নিকা কৰা | তদুপৰি আজমলে বি টি এ ডিৰ নিৰ্বাচনত UPPL দলক সমৰ্থন কৰা বিষয়টি সহজ ভাবে মানি লব পৰা নাই শুকুৰ আলীয়ে | অতি দৰিদ্ৰ ঘৰৰ যুৱ প্ৰাৰ্থী গৰাকীয়ে আজি বিলাসীপাৰা চহৰত উপস্থিত হয় নিৰ্বাচনী প্ৰচাৰ চলাবলৈ | দেখাত চুটি চাপৰ প্ৰাৰ্থী গৰাকীক স্ব চক্ষেৰে চাবলৈ একাংশই হেতা ওপৰা লগায় | বিলাসীপাৰা চহৰৰ গান্ধী চকত প্ৰাৰ্থী গৰাকী উপস্থিত হোৱাত চুটি চাপৰ প্ৰাৰ্থী গৰাকীক চাবলৈ ৰাইজৰ ভিৰ জুম বান্ধে | ৰাইজৰ ভিৰ দেখি যুৱ নেতা গৰাকীৰ মনোবল যেন বৃদ্ধি হে পালে | আৰম্ভ কৰিলে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে উদ্বাত্ত ভাষন | ভাষনৰ মাজতে তেঁওৰ কাপ প্লেটৰ প্ৰতীক চিহ্নত ভোট দিবলৈ ৰাইজক আহ্বান জনালে প্ৰাৰ্থী গৰাকীয়ে | Conclusion:এতিয়া প্ৰশ্ন হয় অহা ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত এই গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোত কি প্ৰভাৱ বিস্তাৰ কৰিব সেয়া লক্ষনীয় হব |
Bite শুকুৰ আলী, প্ৰাৰ্থী
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.