ETV Bharat / briefs

এইছডিএফচি বেংকৰ সৈতে অংশীদাৰিত্ব হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ - হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ কাৰ্যকৰী নিৰ্দেশক কৰ্পৰেট পৰিকল্পনা ডব্লিউ এছ ওহ

হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড আৰু এইছডিএফচি বেংকৰ অংশীদাৰিত্বই গ্ৰাহকসকলক 'ক্লিক টু প্লেটফৰ্ম' মাধ্যমেৰে ঋণ লোৱাত সহায় কৰিব । এই অংশীদাৰিত্বই আকৰ্ষণীয় বিত্তীয় চুক্তিৰ মাধ্যমেৰে আভাসী স্থানৰ গ্ৰাহকসকলক বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত নতুনত্ব আনি দিব ।

এইছডিএফচি বেংকৰ সৈতে অংশীদাৰিত্ব হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ

author img

By

Published : Jun 19, 2020, 9:12 PM IST

নতুন দিল্লী, ১৯ জুন : শুকুৰবাৰে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড (HMIL)য়ে কয় যে,কোম্পানীটোৱে ‘অনলাইন অটোমোটিভ ৰিটেইল প্লেটফৰ্ম ক্লিক টু বাই’ৰ মাধ্যমেৰে হুণ্ডাই বাহন কিনাসকলৰ বাবে এইছডিএফচি (HDFC) বেংকৰ সৈতে অংশীদাৰিত্বত ভাগ লয় ।

এইছডিএফচি বেংকৰ সৈতে অংশীদাৰিত্ব হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ
এইছডিএফচি বেংকৰ সৈতে অংশীদাৰিত্ব হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ

‘এই অংশীদাৰিত্বই এইছডিএফচি বেংকৰ গ্ৰাহকসকলক ‘ক্লিক টু প্লেটফৰ্ম’ মাধ্যমেৰে ঋণ লোৱাত সহায় কৰিব । এই অংশীদাৰিত্বই আকৰ্ষণীয় বিত্তীয় চুক্তিৰ মাধ্যমেৰে আভাসী স্থানৰ গ্ৰাহকসকলক বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত নতুনত্ব আনি দিব । ‘ক্লিক টু বাই’ মুকলি কৰাৰ পিছত কোম্পানীটোৱে ৯ লাখতকৈও অধিক আগ্ৰহী লোকৰ মুখামুখি হৈছে আৰু দুমাহত ১৭ হাজাৰতকৈও অধিক পঞ্জীয়ন দাখিল হৈছে ।'' হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ কাৰ্যকৰী নিৰ্দেশক কৰ্পৰেট পৰিকল্পনা ডব্লিউ এছ ওহ (W S Oh)য়ে সদৰী কৰে এই কথা ।

হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে এই ‘ক্লিক টু বাই’ প্ৰক্ৰিয়াটো অতি সুৰক্ষিত, সুবিধাজনক, মুক্ত চিন্তাৰে প্ৰস্তুত কৰিছে, যিয়ে বাহনসমূহ ‘অনলাইন টু এণ্ড ৰিটেইল’ সুবিধা প্ৰদান কৰিব ।

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত মহানগৰীৰ মালিগাঁৱৰ এগৰাকী দন্ত চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.