হাজো,১৫মে' : আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । মুঠ ৩,৩৬,২০৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতিৰ্ণ হোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৩ নম্বৰৰে দশম স্থান স্থান লাভ কৰিবলৈ সক্ষম হয় হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ মনিষা মালাকৰে । পিতৃ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ জীয়ৰী মনিষা মালাকৰে ভৱিষ্যতে হ'ব বিচাৰে এগৰাকী দক্ষ চিকিৎসক । মনিষা মালাকৰৰ এই সাফল্যই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে তীৰ্থনগৰী হাজোলৈ ।
দশম স্থানত হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ মনিষা মালাকৰ - পৰশুৰাম মালাকাৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰিলে হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী মনিষা মালাকৰে
দশম স্থানত মনিষা মালাকৰ
হাজো,১৫মে' : আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । মুঠ ৩,৩৬,২০৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতিৰ্ণ হোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৩ নম্বৰৰে দশম স্থান স্থান লাভ কৰিবলৈ সক্ষম হয় হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ মনিষা মালাকৰে । পিতৃ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ জীয়ৰী মনিষা মালাকৰে ভৱিষ্যতে হ'ব বিচাৰে এগৰাকী দক্ষ চিকিৎসক । মনিষা মালাকৰৰ এই সাফল্যই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে তীৰ্থনগৰী হাজোলৈ ।
VISUALS SEND BY FTP
15.05.19
SLUG- HAJO HSLC 10TH POSITION MANISHA MALAKAR
SCRIPT- আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তীৰ্থনগৰী হাজোলৈ গৌৰৱ কঢ়িয়াই আনিলে মুঠ ৫৮৩ নম্বৰৰে দশম স্থান প্ৰাপ্ত মনিষা মালাকৰে | হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাজো শঙ্কৰদেৱ বিদ্যা নিকেতনৰ পৰা অসমৰ ভিতৰতে দশম স্থান লাভ কৰে মনিষাই ।পিতৃ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰ ।ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মেধাৱী ছাত্ৰী গৰাকীৰ