ETV Bharat / briefs

দশম স্থানত হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ মনিষা মালাকৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰিলে হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী মনিষা মালাকৰে

author img

By

Published : May 15, 2019, 10:33 AM IST

দশম স্থানত মনিষা মালাকৰ

হাজো,১৫মে' : আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । মুঠ ৩,৩৬,২০৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতিৰ্ণ হোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৩ নম্বৰৰে দশম স্থান স্থান লাভ কৰিবলৈ সক্ষম হয় হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ মনিষা মালাকৰে । পিতৃ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ জীয়ৰী মনিষা মালাকৰে ভৱিষ্যতে হ'ব বিচাৰে এগৰাকী দক্ষ চিকিৎসক । মনিষা মালাকৰৰ এই সাফল্যই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে তীৰ্থনগৰী হাজোলৈ ।

VISUALS SEND BY FTP
15.05.19
SLUG- HAJO HSLC 10TH POSITION MANISHA MALAKAR
SCRIPT- আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তীৰ্থনগৰী হাজোলৈ গৌৰৱ কঢ়িয়াই  আনিলে মুঠ ৫৮৩ নম্বৰৰে দশম স্থান প্ৰাপ্ত মনিষা মালাকৰে | হাইস্কুল শিক্ষান্ত পৰীক্ষাত  হাজো শঙ্কৰদেৱ বিদ্যা নিকেতনৰ  পৰা অসমৰ ভিতৰতে দশম স্থান লাভ কৰে মনিষাই ।পিতৃ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰ  ।ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মেধাৱী ছাত্ৰী গৰাকীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.