ETV Bharat / briefs

পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব শিল সাঁকো বিল - উদ্যান নিৰ্মাণ

মহানগৰীত পৌৰ নিগমে হাতত লৈছে বিশেষ পৰিকল্পনা, পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব শিল সাঁকো বিল, পৌৰ নিগমৰ কাৰ্যত সুখী প্ৰকৃতিপ্ৰেমী ৷

পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হব শিল সাঁকো বিল
author img

By

Published : May 12, 2019, 10:24 PM IST

Updated : May 12, 2019, 11:32 PM IST

গুৱাহাটী,১২মে' : পৰ্যটক সকললৈ সুখবৰ । মহানগৰীত পৌৰ নিগমে হাতত লৈছে বিশেষ পৰিকল্পনা । পৰ্যটকসকলৰ সুবিধাৰ্থে মহানগৰীৰ বৰবাড়ীত নিৰ্মাণ হ’ব এখন পৰ্যটকস্থলী । ইতিমধ্যেই বৰবাড়ীৰ শিলসাঁকো বিলক পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে পৌৰ নিগমে বিলখনত আৰম্ভ কৰিছে চাফাই অভিযান । পৌৰ নিগমে জনোৱা অনুসৰি বিলখনত এখন উদ্যান নিৰ্মাণ কৰাৰ লগতে নৌকা বিহাৰৰ ব্যৱস্থাও কৰা হ'ব । ইপিনে বিলখন বেদখলকাৰীৰ হাতত বিলুপ্ত হোৱাৰ সময়তে পৌৰ নিগমে লোৱা এই সুন্দৰ পদক্ষেপত আশাবাদী পৰিৱেশপ্ৰেমীসকল ।

পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব শিল সাঁকো বিল

Intro:মহানগৰীৰ শিলৰ সাঁকো বিলক লৈ GMDA ৰ বিশেষ পৰিকল্পনাঃ । শিলৰ সাঁকো বিলক ৰূপান্তৰ কৰা হব পৰ্যটক স্থলীলৈ । বিল খনত নিৰ্মান কৰা হব উদ্যানৰ লগতে নৌকা বিহাৰৰ ব্যৱস্থা । বৰ্তমান বিলখন প্ৰৰিষ্কাৰ কৰাৰ বাবে আৰম্ভ কৰা হৈছে চাফাই অভিযান । গুৱাহাটীৰ বৰবাড়িত অৱস্থিত এই বিলখন অবৈধৱ্য বেদখল কাৰীৰ বাবে প্ৰায় বিলুপ্ত হোৱাৰ পথত । কিন্তু GMDA ই লোৱা এই পদক্ষেপৰ পিছত পুনৰ বিল খন উজীৱিত হৈ উঠিব বুলি আশাবাদী পৰিবেশ প্ৰেমী সকল । আনহাতে বিলখনত বৰ্তমানো বহু বেদখল কাৰীয়ে অব্যধ্য ভাবে নিৰ্মান কৰি ৰাখিছে বাসগৃহ ।

Body:মহানগৰীৰ শিলৰ সাঁকো বিলক লৈ GMDA ৰ বিশেষ পৰিকল্পনাঃ । শিলৰ সাঁকো বিলক ৰূপান্তৰ কৰা হব পৰ্যটক স্থলীলৈ । বিল খনত নিৰ্মান কৰা হব উদ্যানৰ লগতে নৌকা বিহাৰৰ ব্যৱস্থা । বৰ্তমান বিলখন প্ৰৰিষ্কাৰ কৰাৰ বাবে আৰম্ভ কৰা হৈছে চাফাই অভিযান । গুৱাহাটীৰ বৰবাড়িত অৱস্থিত এই বিলখন অবৈধৱ্য বেদখল কাৰীৰ বাবে প্ৰায় বিলুপ্ত হোৱাৰ পথত । কিন্তু GMDA ই লোৱা এই পদক্ষেপৰ পিছত পুনৰ বিল খন উজীৱিত হৈ উঠিব বুলি আশাবাদী পৰিবেশ প্ৰেমী সকল । আনহাতে বিলখনত বৰ্তমানো বহু বেদখল কাৰীয়ে অব্যধ্য ভাবে নিৰ্মান কৰি ৰাখিছে বাসগৃহ ।

Conclusion:
Last Updated : May 12, 2019, 11:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.