ETV Bharat / briefs

মুক্তিৰ পথত এভেনজাৰ্চ এণ্ডগেম

26 এপ্ৰিলত ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব এভেনজাৰ্চ এণ্ডগেম

author img

By

Published : Apr 25, 2019, 2:43 PM IST

মুক্তিৰ পথত এভেনজাৰ্চ এণ্ডগেম

নিউজ ডেস্ক,25 এপ্ৰিলঃ বক্স অফিচত খলকণি তুলিবলৈ সাজু এভেনজাৰ্চ এণ্ডগেম ৷ এন্থনি ৰুছো আৰু জো ৰুছোৰ দ্বাৰা পৰিচালিত এই ছবিখন মুক্তি পাব 26এপ্ৰিলত ৷ 1ঘন্টা 26 মিনিটৰে নিৰ্মিত ছবিখনক লৈ চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত বৃদ্ধি পাইছে উৎসাহ আৰু উদ্দীপনা ৷ ইতিমধ্যেই বুধবাৰে ছবিখন মুক্তি দিয়া হৈছে চীনত ৷ মুকলি হোৱা এই ছবিখন চীনৰ থলুৱা ভাষাৰ লগতে ইংৰাজী ভাষাতো নিৰ্মাণ কৰা হৈছে ৷

SHOTLIST:
++CLIENTS NOTE: VIDEO ONLY - SHOTLIST AND STORYLINE TO FOLLOW AS SOON AS POSSIBLE++
RESTRICTION SUMMARY: AP CLIENTS ONLY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.