ETV Bharat / briefs

আনন্দত আত্মহাৰা বঙাইগাঁৱৰ বিজেপি কৰ্মী

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত জিলাখনৰ বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ বিশেষ উচাহ-উদ্দিপনা,নাচি-বাগি আনন্দত মতলীয়া বিজেপি কৰ্মকৰ্তাসকল

author img

By

Published : May 23, 2019, 9:14 PM IST

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ

বঙাইগাঁও,২৩মে' : বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত জিলাখনৰ বিজেপি কৰ্মকৰ্তাসকলৰ আনন্দ-উল্লাস । জিলাখনৰ পুৰুষ-মহিলাসকলে বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি আকৌ এবাৰ মোডী চৰকাৰ গীতৰ তালে-তালে নৃত্যত মচগুল হয় ।

Slug : As_Chg_23rd May_803_Bongaigaon BJP workers victory_viz & byt_Abdul Maleque Ahmed.

Send by ftp. 

আজি ভোট গণনাৰ পিচতে বিজেপি দলৰ অগ্ৰগতিত উৎফুল্লিত বঙাইগাঁও জিলাৰ বিজেপি দলৰ কৰ্মকৰ্তা সকল । বঙাইগাঁও জিলা বিজেপিৰ কাৰ্য্যালয়ত জিলাখনৰ হেজাৰ জন বিজেপি কৰ্মকৰ্তা পুৰুষ-মহিলা সকল এই দৰেই ওলাই আহি আনন্দোল্লাসত জড়িত হয় ,

বাইট : সুখেন্দু ৰায় আৰু মহিলা বিজেপি কৰ্মি , বঙাইগাঁও জিলা বিজেপি । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.