ETV Bharat / briefs

মাতৃভূমিত উপস্থিত শ্ৰেষ্ঠ চুটি ছবিৰ পৰিচালক ধৃতিমান কাকতি - শ্ৰেষ্ঠ চুটি ছৱি

ইউৰোপৰ বুডাপেষ্টৰ গদল চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত অসমৰ ধৃতিমান কাকতিয়ে পৰিচালনা কৰা 'দ্যা মেন হু স্পিকচ নেচাৰ' শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰাৰ পাছতেই মঙলবাৰে মাতৃভূমিত উপস্থিত হয় ধৃতিমান,ধৃতিমানক আত্মীয় আৰু শুভকাংক্ষীয়ে আদৰণী জনায় বৰঝাৰ বিমানবন্দৰত

মাতৃভূমিত উপস্থিত শ্ৰেষ্ঠ চুটি ছৱিৰ পৰিচালক ধৃতিমান কাকতি
author img

By

Published : May 28, 2019, 4:08 PM IST

কামৰূপ,২৮মে' : অসমলৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান কঢ়িয়াই আনি মঙলবাৰে মাতৃভূমিত উপস্থিত হয় ধৃতিমান কাকতি । ইউৰোপৰ বুডাপেষ্টৰ গদল চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি হিচাপে স্বীকৃতি লাভ কৰে ধৃতিমান কাকতিৰ 'দ্যা মেন হু স্পিকচ নেচাৰে' । ইউৰোপত আয়োজক সকলৰ নিমন্ত্ৰণ ক্ৰমে এই মহোৎসৱখনিত উপস্থিত হৈ ধৃতিমানে শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । বোকাখাতৰ নিবাসী ধৃতিমান কাকতিয়ে বঁটা গ্ৰহণ কৰি মঙলবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় । ধৃতিমান উপস্থিত হোৱাৰ লগে-লগে আত্মীয় আৰু শুভকাংক্ষীয়ে আদৰণি জনায় ধৃতিমানক । অসমীয়া ছবি জগতে পৰিৱৰ্তন অনা বুলি মন্তব্য কৰি ধৃতিমানে নিজৰ এই সাফল্যত সুখী বুলি জনাই ৷

Slug:-As_Kam_28may_best_short_film_award_dhritiman_801-802_vis+Bite+photo_as10020

আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবিৰ প্ৰতিযেগিতাত অসমৰ ছবিয়ে শ্ৰেষ্ঠ হিচাপে স্বীকৃত গ্ৰহন কৰি মাতৃভুমিলৈ উভতিল ধৃতিমান কাকতি ।

Vo..আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবিৰ প্ৰতিযেগিতাত অসমৰ ছবিয়ে শ্ৰেষ্ঠ হিচাপে স্বীকৃত লাভ কৰাৰ পিছত মাতৃভুমিলৈ উভতিল ধৃতিমান কাকতি । ইউৰোপৰ বুডাপেষ্টৰ গদল চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বটা লাভ কৰি আজি গুৱাহাটীত উপস্থিত হ'ল ধৃতিমান কাকতি । ইউৰোপত আয়োজক সকলৰ নিমন্ত্ৰণক্ৰমে 'দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ ছবিখনৰ পৰিচালক ধৃতিমান কাকতিয়ে  মহোৎসৱত অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰে । বোকাখাতৰ নিৱাসী ধৃতিমান কাকতিয়ে বটা গ্ৰহন কৰি আজি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে আত্মীয় আৰু শুভকাংশীয়ে আদৰণী জনায় । অসমীয়া ছবি জগতে পৰিৱৰ্তন অনা বুলি মন্তব্য কৰি ধৃতিমানে এই সাফল্য পায় গৌৰাম্বিত হোৱা বুলি জনায় ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.