ETV Bharat / briefs

অ জা যু ছা পৰ বিদ্যালয়ে বিদ্যালয়ে প্ৰশ্ন মঞ্চ অনুষ্ঠান

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাকপথাৰ অঞ্চলত বিদ্যালয়ে বিদ্যালয়ে এক ব্যতিক্ৰমী অনুষ্ঠান হাতত লৈছে ৷ বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিৰ জ্ঞানৰ লগতে সাধাৰণ জ্ঞান বৃদ্ধিৰ উদ্দেশ্যেৰে এক প্ৰশ্ন মঞ্চ অনুষ্ঠানৰ আয়োজন কৰিছে সংগঠনটোৱে ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰৰ ব্যতিক্ৰম কাৰ্যসুচী, বিদ্যালয়ে বিদ্যালয়ে প্ৰশ্ন মঞ্চ অনুষ্ঠান
author img

By

Published : Jun 7, 2019, 7:44 AM IST

তিনিচুকীয়া, 7 জুন: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাকপথাৰ অঞ্চলত বিদ্যালয়ে বিদ্যালয়ে এক ব্যতিক্ৰমী অনুষ্ঠান হাতত লৈছে ৷ বিদ্যালয় সমুহত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিৰ জ্ঞানৰ লগতে সাধাৰণ জ্ঞান বৃদ্ধিৰ উদ্দেশ্যেৰে এক প্ৰশ্ন মঞ্চ অনুষ্ঠানৰ আয়োজন কৰিছে সংগঠনটোৱে৷ লগতে শেষত জিলাখনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে৷ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত এটা মধুৰ সম্পৰ্ক গড়ি তোলাৰো এক প্ৰয়াস বুলি আঞ্চলিক সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷ আজি কাকপথাৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুস্থান কৈলাশপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উক্ত অনুষ্ঠান সম্পন্ন হয় ৷

অ জা যু ছা পৰ বিদ্যালয়ে বিদ্যালয়ে প্ৰশ্ন মঞ্চ অনুষ্ঠান

যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি সোণমনি চলিহাৰ নেতৃত্বত হোৱা অনুষ্ঠানটিত প্ৰশ্ন মঞ্চ অনুষ্ঠান আঁত ধৰে শিক্ষক উৎপল দত্তই ৷ সমাজ জীৱনৰ লগতে পাঠ্যপুথিৰ বিভিন্ন প্ৰশ্নৰ সুন্দৰকৈ উত্তৰ দি ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড প্ৰতিফলিত কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জল ভৱিষ্যতৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাতত লোৱা এনে ধৰণৰ পদক্ষেপ নি-সন্দেহ শলাগিবলগীয়া ৷

Intro:যুৱ-ছাত্ৰৰ ব্যতিক্ৰম কাৰ্যসুচী, বিদ্যালয়ে বিদ্যালয়ে প্ৰশ্ন মঞ্চ অনুষ্ঠান

শদিয়া : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাকপথাৰ অঞ্চলত বিদ্যালয়ে বিদ্যালয়ে এক ব্যতিক্ৰমী অনুষ্ঠান হাতত লৈছে ৷ কাকপথাৰ অঞ্চলৰ বিদ্যালয় সমুহত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিৰ জ্ঞানৰ লগতে সাধাৰণ জ্ঞান বৃদ্ধিৰ উদ্দেশ্যেৰে এই প্ৰশ্ন মঞ্চ অনুষ্ঠান লোৱাৰ লগতে শেষত জিলাখনৰ ভিতৰত পৰীক্ষা অনুস্থিত হ'ব বুলি জানিবলৈ দিয়ে ৷ সংগঠনটোৱে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত এটা মধুৰ সম্পৰ্ক গড়ি তোলাৰো এক প্ৰয়াস বুলি আঞ্চলিক সমিতিৰ সভাপতি গৰাকীয়ৰ পৰা জানিব পৰা গৈছে ৷ আজি কাকপথাৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুস্থান কৈলাশপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উক্ত অনুষ্ঠান হৈ যায় ৷ যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি সোণমনি চলিহাৰ নেতৃত্বত হোৱা অনুষ্ঠানটিত প্ৰশ্ন মঞ্চ অনুষ্ঠান আঁত ধৰে শিক্ষক উৎপল দত্তই ৷ সমাজ জীৱনৰ লগতে পাঠ্যপুথিৰ বিভিন্ন প্ৰশ্নৰ সুন্দৰকৈ উত্তৰ দি ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড প্ৰতিফলিত কৰে ৷ যুৱ-ছাত্ৰ পৰিষদৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ লৈ এনেধৰণৰ কাৰ্যসুচী নি-সন্দেহ শলাগিবলগীয়া ৷ Body:Byte : 1/ Leader AJYCP
2/ Head Teacher, schoolConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.