ইণ্টাৰনেশ্যনেল ডেস্ক, ১ জুন: জাপানৰ ৰাজধানী চহৰ টকিঅ'ত সোমবাৰে পুৱতি নিশা ভূমিকম্পই জোকাৰণিৰ সৃষ্টি কৰে । ৰিখটাৰ স্কেল ৫.৬ প্ৰাৱল্যৰ মাত্ৰাৰ ভূমিকম্পই জোকাৰি যায় টকিঅ'ৰ পৰা ৮৬ কিলোমিটাৰ উত্তৰ-পূৱৰ বিভিন্ন অংশ । এন.ছি.এছ.য়ে সদৰী কৰে এই কথা ।

অৱশ্যে এই ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰাৰ বিপৰীতে সাধাৰণভাৱে জোকাৰি যোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: