ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড
নিমিষতে চাৰখাৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান
জগদীশ ক্লথ ষ্ট'ৰৰ পৰা সূত্ৰপাত অগ্নিকাণ্ড
অবৈধ ভাবে মজুত কৰি থোৱা আটছবাজী গোদামত সংঘটিত অগ্নিকাণ্ড
20খনকৈ গাড়ীৰে অগ্নিনিৰ্বাপনৰ চেষ্টা
এতিয়াও নিৰ্বাপন হোৱা নাই জুই
ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড - অগ্নিকাণ্ড
![ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2652986-830-ce343457-6100-47ca-93d5-1fd88149288f.jpg?imwidth=3840)
massive fire
2019-03-10 09:50:35
বৰ্তমানেও নিৰ্বাপন হোৱা নাই জুই
massive fire
2019-03-10 09:50:35
বৰ্তমানেও নিৰ্বাপন হোৱা নাই জুই
massive fire
ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড
নিমিষতে চাৰখাৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান
জগদীশ ক্লথ ষ্ট'ৰৰ পৰা সূত্ৰপাত অগ্নিকাণ্ড
অবৈধ ভাবে মজুত কৰি থোৱা আটছবাজী গোদামত সংঘটিত অগ্নিকাণ্ড
20খনকৈ গাড়ীৰে অগ্নিনিৰ্বাপনৰ চেষ্টা
এতিয়াও নিৰ্বাপন হোৱা নাই জুই
Dib big breaking
ডিব্ৰুগড় নগৰত ভয়ংকৰ অগ্নিকাণ্ড।জগদীশ ক্লথ ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ পৰা সুত্ৰপাত হোৱা ভয়ংকৰ অগ্নিকাণ্ড ই নিমিষতে চাৰখাৰ হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।অবৈধ ভাবে মজুত কৰি থোৱা আটছবাজি গোদামত সংঘটিত হয় অগ্নিকাণ্ড।বৰ্তমান নিৰ্বাপিত হোৱা নাই অগ্নিকাণ্ড।ডিব্ৰুগড়, ডুলিয়াজান,গেছক্ৰেকাৰ প্ৰকল্প, ডিগবৈ,মৰাণ কে ধৰি ২০খন গাড়ীয়েও অগ্নিনিবাপন কৰিবলৈ সক্ষম হোৱা নাই।ডিব্ৰুগড় নগৰৰ মাজমজিয়াতে সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড ত ভস্মীভূত হৈছে বহু ব্যবসায়িক প্ৰতিস্থান।
Last Updated : Mar 10, 2019, 11:50 AM IST