ETV Bharat / breaking-news

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন - ELECTION COMMISSION PRESS MEET

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন
author img

By

Published : Mar 10, 2019, 7:13 PM IST

2019-03-10 19:01:11

নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদমেল সম্বোধন কৰি নিৰ্বাচনী আচৰণ বিধি ঘোষণা নিৰ্বাচন আয়োগৰ ৷

  •  নতুন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল । আগন্তুক লোকসভা নিৰ্বাচনত ৯০ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি উল্লেখ নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাৰ। লগতে মুঠ ১০ লাখ ভোটকেন্দ্ৰৰ অনুস্থিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। 
  • প্ৰথমবাৰলৈ নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব VVPAT মেচিন। লগতে, EVM ত থাকিব প্ৰতিজন প্ৰাৰ্থীৰ ফটো। নিৰ্বাচনলৈ ৪৮ ঘন্টাৰ থকাৰ পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ। 
  • আজিৰে পৰা বলবৎ হ'ব নিৰ্বাচনী আচৰণবিধি। আচৰণবিধি উলংঘা কৰিলে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা। নিৰ্বাচনী প্ৰচাৰৰ নামত জনসাধাৰণৰ অশান্তি হোৱা উচ্চস্বৰৰ শব্দযন্ত্ৰ ব্যৱহাৰত থাকিব বাধা। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ।
  •  সুনীল অৰোৰাই উল্লেখ কৰা অনুসৰি বিধিভংগ আপত্তি দৰ্শাবৰ বাবে থাকিব মবাইল এপ। এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব ভোটাৰে। তদুপৰি, পেইড নিউজ আৰু ছ'চিয়েল মিডিয়াৰ ওপৰতো নজৰ ৰাখিব নিৰ্বাচনী আয়োগে। 
  • ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈ চলিব ভোটগ্ৰহণ প্ৰক্তিয়া । ১১ এপ্ৰিলত প্ৰথমটো নিৰ্বাচন, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, ২৯ এপ্ৰিলত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন, ৬ মে'ত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ১২ মে'ত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন আৰু ১৯ মে'ত অনুস্থিত হ'ব সপ্তম আৰু অষ্টম পৰ্যায়ৰ নিৰ্বাচন। আনহাতে, ২৩ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল ।
  •  অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 18 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ত ৫ টা আৰু দ্বিতীয় পৰ্যায়ত ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে তৃতীয় পৰ্যায়ত ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Intro:Body:

৩. নতুন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল । আগন্তুক লোকসভা নিৰ্বাচনত ৯০ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি উল্লেখ নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাৰ। লগতে মুঠ ১০ লাখ ভোটকেন্দ্ৰৰ অনুস্থিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। 

৪.প্ৰথমবাৰলৈ নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব VVPAT মেচিন। লগতে, EVM ত থাকিব প্ৰতিজন প্ৰাৰ্থীৰ ফটো। নিৰ্বাচনলৈ ৪৮ ঘন্টাৰ থকাৰ পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ। 

৫. আজিৰে পৰা বলবৎ হ'ব নিৰ্বাচনী আচৰণবিধি। আচৰণবিধি উলংঘা কৰিলে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা। নিৰ্বাচনী প্ৰচাৰৰ নামত জনসাধাৰণৰ অশান্তি হোৱা উচ্চস্বৰৰ শব্দযন্ত্ৰ ব্যৱহাৰত থাকিব বাধা। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ।

৬. সুনীল অৰোৰাই উল্লেখ কৰা অনুসৰি বিধিভংগ আপত্তি দৰ্শাবৰ বাবে থাকিব মবাইল এপ। এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব ভোটাৰে। তদুপৰি, পেইড নিউজ আৰু ছ'চিয়েল মিডিয়াৰ ওপৰতো নজৰ ৰাখিব নিৰ্বাচনী আয়োগে। 

৭. ৭টা পৰ্যায়ত অনুস্থিত হ’ব লোকসভা নিৰ্বাচন। ১১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈ চলিব ভোটগ্ৰহণ প্ৰক্তিয়া । ১১ এপ্ৰিলত প্ৰথমটো নিৰ্বাচন, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, ২৯ এপ্ৰিলত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন, ৬ মে'ত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ১২ মে'ত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন আৰু ১৯ মে'ত অনুস্থিত হ'ব সপ্তম আৰু অষ্টম পৰ্যায়ৰ নিৰ্বাচন। আনহাতে, ২৩ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল ।

৮.অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 18 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ত ৫ টা আৰু দ্বিতীয় পৰ্যায়ত ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে তৃতীয় পৰ্যায়ত ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.