ETV Bharat / bharat

NEET PG exam postponed: এনইইটি পিজি পৰীক্ষা ২০২২ পিছুৱাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে - NEET PG exam postponed

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে এনইইটি পিজি পৰীক্ষা ২০২২ ছয়ৰ পৰা আঠ সপ্তাহলৈ পিছুৱাই দিছে (NEET PG exam postponed) । এই পৰীক্ষা ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল ।

NEET PG exam postponed
এনইইটি পিজি পৰীক্ষা ২০২২ পিছুৱাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে
author img

By

Published : Feb 4, 2022, 1:35 PM IST

নেশ্যনেল ডেস্ক, 4 ফ্ৰেব্ৰুৱাৰী : এনইইটি-পিজিৰ পৰীক্ষা ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Union Health Ministry) শুকুৰবাৰে এনইইটি-পিজি অৰ্থাৎ স্নাতকোত্তৰ শাখাৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা ২০২২ ৰ তাৰিখ কমেও ছয়ৰ পৰা আঠ সপ্তাহ পিছুৱাই দিছে (NEET PG exam postponed) । পৰীক্ষাটো ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল।

প্ৰাপ্ত খবৰ অনুসৰি, এনইইটি-পিজিৰ পৰীক্ষা সন্দৰ্ভত 25 জানুৱাৰীত দাখিল কৰা আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কৰাৰ কথা আছিল ৷ পৰীক্ষা স্থগিত ৰখাৰ বাবে এই আবেদন দাখিল কৰা হৈছিল ৷ অৱশ্যে, এই পৰীক্ষা সন্দৰ্ভত আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য এতিয়াও আহিবলৈ বাকী আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: সৰস্বতী পূজা উপলক্ষে ১১ বছৰীয়া ছাত্ৰই সাজি উলিয়ালে প্ৰতিমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.