ETV Bharat / bharat

Summer Skin Care: ১০ টকাতকৈ কম মূল্যত উপলব্ধ এইসমূহ সামগ্ৰীয়ে উজ্বল কৰিব পাৰে আপোনাৰ ছাল - গ্ৰীষ্মকাল

যদি আপুনিও পাকঘৰত উপস্থিত এই সামগ্ৰীৰ সৈতে গ্ৰীষ্মকালত উজ্বল তথা সুস্থ ছাল পাব বিচাৰে, তেন্তে আপুনি কিছুমান সহজ ঘৰুৱা উপায় ব্যৱহাৰ কৰিব পাৰে । ১০ টকাতকৈ কম মূল্যত বজাৰত উপলব্ধ এইসমূহ বস্তু আপোনাৰ গ্ৰীষ্মকালীন ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে ।

These things available for less than Rs 10 will make your skin glow
১০ টকাতকৈ কম মূল্যত উপলব্ধ এইসমূহ সামগ্ৰীয়ে উজ্বল কৰিব পাৰে আপোনাৰ ছাল
author img

By

Published : Mar 27, 2023, 10:33 PM IST

ছালৰ যত্নৰ বাবে বজাৰত বহু দামী সামগ্ৰী উপলব্ধ যদিও ইয়াক আৰু অধিক প্ৰভাৱশালী কৰিবৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ যোগ কৰি ফলপ্ৰসূ কৰি তোলা হয়(Skin will glow with these things)।

আনহাতে, ব্যয়বহুল হোৱাৰ বাবে সকলোৱে ইয়াক ছালৰ যত্নত অন্তৰ্ভুক্ত কৰিব পাৰিব এইটো জৰুৰী নহয় । সাধাৰণতে, ছাল আৰু স্বাস্থ্যসেৱাৰ বাবে ঘৰুৱা ঔষধৰ পৰাও ভাল লাভ পাব পাৰি(How To Get Glowing Skin)। কিছুদিনৰ পৰা ভাৰতত পুনৰ ছালৰ যত্নৰ ঘৰুৱা ঔষধ গ্ৰহণ কৰা হৈছে । কিন্তু ইণ্টাৰনেটত বহুতো উপায় হোৱাৰ বাবে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়(Skin will glow with these things)।

যদি আপুনিও পাকঘৰত উপস্থিত থকা বস্তুবোৰৰ সৈতে গ্ৰীষ্মকালত গ্লোয়িং আৰু সুস্থ ছাল পাব বিচাৰে, তেন্তে আমি আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰো(Beauty Tips Dark Skin)। ১০ টকাতকৈ কম মূল্যত বজাৰত উপলব্ধ এইসমূহ সামগ্ৰী আপোনাৰ গ্ৰীষ্মকালীন ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে(Summer Skin Care)।

ডালচেনিৰ ৰেচিপি

আপুনি জানেনে যে দালচেনিত থকা এন্টিবেক্টেৰিয়েল তথা এন্টিঅক্সিডেন্ট গুণে কেৱল স্বাস্থ্যৰ পক্ষেই নহয় বৰঞ্চ ছালৰ বাবেও উপকাৰী । যদি গৰমৰ দিনত মুখত ওলোৱা তেলৰ বাবে পিম্পল বা শালমইনা হয়, তেন্তে ডালচেনি পিহি লৈ মুখত লগোৱা ৰেচিপি অনুসৰণ কৰক । মৌৰ লগত মিহলি কৰি ডালচেনিৰ গুড়ি প্ৰয়োগ কৰাৰ পদ্ধতিয়েও আপোনাক সহায় কৰিব পাৰে(Skin Care Home Remedies)।

নেমুও হ'ব পাৰে অন্য এক উপায়

গ্ৰীষ্মকালত ছালৰ যত্নৰ ৰুটিনত নেমু অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয় নেমুৰ ৰস পোনে পোনে ছালত লগোৱাৰ সলনি এলোভেৰাৰ মাস্কত লগাই মুখত লগাব লাগে(Summer Skin Care Tips)। বজাৰত সস্তাতে পোৱা ছালৰ বাবে এক আশীৰ্বাদ হৈছে ভিটামিন Cৰ উন্নত উৎস (Skin will glow with these things)। সেয়ে পলম নকৰি গ্ৰীষ্মকালত নেমুৰে নিজৰ ছালখনক উজ্বল কৰি ৰখাৰ লগতে হাইড্ৰেটেড কৰি ৰাখক(Home Remedies For Skin)।

গোলাপৰ পাহি

গ্ৰীষ্মকালত ছালখন হাইড্ৰেটেড আৰু সতেজ কৰি ৰাখিবলৈ দৈনিক গোলাপৰ পানীৰ স্প্ৰে’ লগত ৰাখিব পাৰে । বজাৰত উপলব্ধ গোলাপৰ পাহি সস্তাতে পোৱা যায় আৰু ইয়াক অন্যান্য পদ্ধতিৰে প্ৰস্তুত কৰাটোও অতি সহজ । পাকঘৰত গোলাপৰ পাহিবোৰ পিচি তাৰ পিছত স্প্ৰে বটলত পানীৰ লগত মিহলাই লওক । ৰাতি শুৱাৰ পূৰ্বে দৈনিক মুখত পানী স্প্ৰে কৰিবলৈ নাপাহৰিব ।

লগতে পঢ়ক: Juhi Parmarয়ে শ্বেয়াৰ কৰা এই পদ্ধতিৰ দ্বাৰা আপুনিও সহজতে ঘৰতে তৈয়াৰ কৰক ভিটামিন C ছিৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.