ETV Bharat / bharat

Hit List of 30 RSS leaders : দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টে প্ৰকাশ কৰিছে RSS নেতাৰ 30 জনীয়া তালিকা - আৰএছএছ

এইবাৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী গোটৰ টাৰ্গেট আৰএছএছৰ নেতা ৷ দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টে (The Resistance Front) (টিআৰএফ) সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে 30 গৰাকী RSS নেতাৰ নামৰ তালিকা ৷

terror-organisation-trf-threatens-j-and-k-rss-workers
দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টে প্ৰকাশ কৰিছে RSS নেতাৰ তালিকা
author img

By

Published : Apr 4, 2023, 10:28 PM IST

নেশ্যনেল ডেস্ক, 4 এপ্ৰিল: জম্মু কাশ্মীৰত অব্যাহত আছে টাৰ্গেট কিলিঙৰ ঘটনা (Lashkar offshoot TRF ) ৷ এইবাৰ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে জম্মু কাশ্মীৰৰ হিট লিষ্টত থকা 30 গৰাকী আৰ এছ এছ নেতাৰ তালিকা (TRF issues hit list of RSS leaders) ৷ লস্কৰ-ই-তৈবাৰ ছাঁস্বৰূপ দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টে (The Resistance Front) (টিআৰএফ) কাশ্মীৰৰ ৩০ গৰাকী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (RSS)ৰ নেতাৰ 'হিট লিষ্ট' জাৰি কৰাৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, এই তালিকাৰ অধিকাংশই মহিলা ৷

সামাজিক মাধ্যমত প্ৰকাশ পোৱা তালিকাখনত উল্লেখিত (TRF issues hit list ) নামসমূহ হৈছে- সংগীতা আনন্দ (জম্মু কাশ্মীৰ), কৰুণা ছেত্ৰী (জম্মু কাশ্মীৰ), মহম্মদ হাৰুণ (জম্মু কাশ্মীৰ), ইৰশাদ তান্ত্ৰে (কুলগাম), মঞ্জুৰ আহমেদ (কুলগাম), চাব্বিৰ আহমেদ ভাট (দক্ষিণ কাশ্মীৰ), মুস্তাক মালিক (অনন্তনাগ), মহম্মদ মুজম্বল (উধমপুৰ), গোহৱাৰ দাৰ (দক্ষিণ কাশ্মীৰ), ৱাছিম হায়াত (জম্মু কাশ্মীৰ), মহম্মদ ইকবাল শ্বেখ (পুলৱামা), আফ্ৰোজা বানো (বাৰামুলা), ছামিমা বানো (জম্মু আৰু কাশ্মীৰ), মহম্মদ আজম (ৰাজৌৰী), জাফৰ হুছেইন গুজ্জৰ (কুলগাম), মেহৰাজ উদ দিন ভাট (শ্বপিয়ান), মুস্তাক বুৰ (শ্বপিয়ান), সুমাইৰা বানো (বাৰামুলা), জামৰুদা আখটাৰ (বাৰামুলা), মুবিনা আলী (বাৰামুলা), ৰুবিনা বেগম (বাৰামুলা), চাকিনা বেগম । (বাৰামুলা), আখটাৰ জাহৰা (বাৰামুলা), স্নোবাৰ নিছাৰ (জম্মু কাশ্মীৰ), ছবনম আখটাৰ (কাশ্মীৰ), উলফাত গাছে (জম্মু কাশ্মীৰ)।

শেহতীয়াকৈ লস্কৰ-ই-তৈবাসহ আৰু আন চাৰিটা সন্ত্ৰাসবাদীৰ গোটক কেন্দ্ৰীয় চৰকাৰৰ সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । লস্কৰ-ই-তৈবাক ইতিমধ্যে চৰকাৰে এই বছৰৰ জানুৱাৰীলৈকে ইউএপিএৰ অধীনৰ এটা অন্যতম সন্ত্ৰাসবাদী গোট হিচাপে ঘোষণা কৰিছিল । লস্কৰ-ই-তৈবাৰ পৰিৱৰ্তে দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু অসামৰিক লোকৰ হত্যাৰ ষড়যন্ত্ৰ কৰে বুলি জনা যায় ৷

লগতে পঢ়ক: India China Conflict : অৰুণাচলৰ ১১ স্থান পুনৰ চীনৰ নামকৰণ

বিগত দিনসমূহত এনে ভাবুকিপূৰ্ণ পত্ৰসমূহ সময়ে সময়ে প্ৰকাশ হৈ আহিছে যদিও জম্মু কাশ্মীৰ প্ৰশাসনৰ প্ৰচেষ্টাত কাশ্মীৰৰ পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে । চলিত সপ্তাহত নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাৰ আমন্ত্ৰণত এটা বহুদলীয় প্ৰতিনিধি দলেও কাশ্মীৰ ভ্ৰমণ কৰাৰ কথা আছে। শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা ১৩ জনীয়া বিৰোধী দলৰ নেতাৰ বৈঠকত নিৰ্বাচন আয়োগক জম্মু-কাশ্মীৰত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুৰোধ জনাই এখন স্মাৰকপত্ৰ উপস্থাপন কৰা হয়- য'ত সীমানিৰ্ধাৰণ উঠাই লোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.