ETV Bharat / bharat

Bus-Truck collision in Maharashtra : বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৬ জন

author img

By

Published : Jan 9, 2022, 12:36 PM IST

মহাৰাষ্ট্ৰৰ লাতুৰৰ বৰদাপুৰত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Tragic Road accident in Maharastra) । দুৰ্ঘটনাত ৬ গৰাকী লোকৰ মৃত্যু, আহত ১০ গৰাকী । আহতসকলক অম্বাজোগাইৰ স্বৰাটি চিকিৎসালয়ত ভৰ্তি ।

Maharashtra accident
বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৬ জন

নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : সমগ্ৰ দেশতে ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে । মহাৰাষ্ট্ৰত ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণে ভয়াৱহ ৰূপ লৈছে (Omicron cases increase in Maharashtra) ।

এনে পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ লাতুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Tragic road accident in Maharastra) । দেওবাৰে পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত দুৰ্ঘটনাটোত ৬ গৰাকী লোক থিতাতে নিহত হয় ।

অম্বাজোগাই-লাতুৰ পথৰ বৰদাপুৰৰ সমীপত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত ৬ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ১০ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আহতসকলক অম্বাজোগাইৰ স্বৰাটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Delhi-NCR witness Heavy Rainfall : ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.