ETV Bharat / bharat

জম্মুত 'পিআইএ' অংকিত প্লেন সদৃশ বেলুন উদ্ধাৰ

জম্মুৰ কানাচ‘ক অঞ্চলত সোমবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে 'পিআইএ' লিখা এটা প্লেন আকৃতিৰ বেলুন উদ্ধাৰ কৰে । ইয়াৰ পূৰ্বেও দুবাৰকৈ আৰক্ষীয়ে সীমান্ত অঞ্চলত একে ধৰণৰ বেলুন উদ্ধাৰ কৰিছিল ।

'PIA' marked dummy aeroplane balloon recovered in J-K
জম্মুত 'পিআইএ' লিখা এৰ‘প্লেন আকৃতিৰ বেলুন উদ্ধাৰ
author img

By

Published : Mar 30, 2021, 1:19 PM IST

নেশ্যনেল ডেস্ক,30 মাৰ্চ: সোমবাৰে জম্মুৰ কানাচ‘ক অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষীয়ে 'পিআইএ' লিখা এটা প্লেন আকৃতিৰ বেলুন উদ্ধাৰ কৰে । স্থানীয় লোকসকলে বেলুনটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ তাৰ পিছত জম্মু-কাশ্মীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেলুনটো উদ্ধাৰ কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও হিৰানগৰ চেক্টৰৰ চোত্ৰা চ’ক গাঁও আৰু জম্মুৰ ভলৱাল অঞ্চলত ক্ৰমে ১০ আৰু ১৬ মাৰ্চত আৰক্ষীয়ে একে ধৰণৰ বেলুন উদ্ধাৰ কৰিছিল ।

লগতে পঢ়ক: লুৰিণ জ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনীবাসীৰ বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.