ETV Bharat / bharat

কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা আদালতৰ

কৰ্ণাটক উচ্চ ন্যায়ালয়ে ২০১৯ চনত বিধায়কৰ পক্ষ সলনি কৰিবলৈ বিজেপিৰ দ্বাৰা গ্ৰহণ কৰা 'অপাৰেচন কমলা' ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে । বিজেপিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে ।

কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা আদালতৰ
কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা আদালতৰ
author img

By

Published : Mar 31, 2021, 10:01 PM IST

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ: কৰ্ণাটকৰ মুখ্য়মন্ত্ৰী বি এছ য়েদিয়ুৰুপ্পাৰ বিৰুদ্ধে তদন্তৰ অনুমতি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ । ২০১৯ চনত জেডিএছ বিধায়ক নগাংগৌড়া কান্দকুৰৰ পুত্ৰ শৰ্নাগোড়াক ধন আৰু মন্ত্ৰীত্ব প্ৰদানৰ বাবে প্ৰলোভনৰ এক অভিযোগ আছিল মুখ্য়মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে । ২০১৯ চনত ভাইৰেল হোৱা এটা অডিঅ'কলৈ কংগ্ৰেছ আৰু জেডিএছৰ নেতাসকলে বিজেপিৰ বিৰুদ্ধে চৰকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰাৰ অভিযোগ কৰিছিল ।

২০১৯ চনত এইচডি কুমাৰস্বামীয়ে ৰাজ্যখনৰ মিত্ৰজোঁট চৰকাৰৰ নেতৃত্ব দিছিল তেতিয়া বিজেপিয়ে বৃহৎ পৰিমাণৰ ধনৰ লোভ দিছিল একাংশ বিধায়কক যাক 'অপাৰেচন কমলা' বুলি জনা যায় ।

লগতে পঢ়ক:মধ্য প্ৰদেশ-মহাৰাষ্ট্ৰৰ মাজত যাত্ৰীবাহী বাছ সেৱা স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.