ETV Bharat / bharat

সাতটাকৈ স্থানত ইছলামিক ষ্টেট মডিউলৰ বিৰুদ্ধে অনুসন্ধান

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ইছলামিক ষ্টেট মডিউলৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সোমবাৰে দিল্লীকে ধৰি সমগ্ৰ দেশৰ প্ৰায় সাতটা স্থানত সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰে ৷

author img

By

Published : Mar 15, 2021, 1:43 PM IST

সাতটাকৈ স্থানত ইছলামিক ষ্টেট মডিউলৰ বিৰুদ্ধে অনুসন্ধান
সাতটাকৈ স্থানত ইছলামিক ষ্টেট মডিউলৰ বিৰুদ্ধে অনুসন্ধান

নেশ্যনেল ডেস্ক,15 মাৰ্চ: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ইছলামিক ষ্টেট মডিউলৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সোমবাৰে দিল্লীকে ধৰি সমগ্ৰ দেশৰ প্ৰায় সাতটা স্থানত সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰে ৷ এনআইএৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, সংস্থাটোৰ একাংশ অনুসন্ধানকাৰীয়ে দিল্লী, কৰ্ণাটকা আৰু কেৰালাৰ সাতটা স্থানত অনুসন্ধান চলাই আছে ৷ তাৰ ভিতৰত দিল্লীৰ জাফ্ৰাবাদ অঞ্চলটো অন্যতম ৷

উল্লেখ্য যে, সূত্ৰই প্ৰকাশ কৰা তথ্য মতে, এনআইএ দলটোৱে বাংগালুৰুৰ দুটা স্থান, কেৰালাৰ কোচি আৰু কুনোৰৰ চাৰিটা স্থানত অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ লগতে যি সকল ব্যক্তিৰ বিৰুদ্ধে আই এচ ৰ লগত জড়িত থকাৰ অভিযোগ আছিল সেই সকলক তদন্তৰ ভিত্তিত আটক কৰা হ'ব ৷

লগতে পঢ়ক: নিজে পতা জালত বন্দী মাওবাদী সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.