ETV Bharat / bharat

Chamoli Accident: উত্তৰাখণ্ডত বিদ্যুৎস্পৃষ্ট হৈ 16 গৰাকী লোকৰ মৃত্যু, আহত 11 - सीएम पुष्कर सिंह धामी

উত্তৰাখণ্ডত মৰ্মান্তিক ঘটনা ৷ বিদ্যুৎস্পৃষ্ট হৈ 16 গৰাকী লোকৰ মৃত্যু ৷ আহত 11 গৰাকীকৈ লোক ৷ ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ ৷ ভুক্তভোগীসকলৰ বাবে ক্ষতিপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

Etv Bharat
Etv Bharat
author img

By

Published : Jul 19, 2023, 8:47 PM IST

নেশ্যনেল ডেস্ক, 19 জুলাই: উত্তৰাখণ্ডত বুধবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ অলকানন্দা নদীৰ পাৰত নমামি গঙ্গে প্ৰকল্পৰ দ্বাৰা নিৰ্মাণ কৰি থকা এটা নৰ্দমা শোধন প্ৰকল্পত ট্ৰেন্সফৰ্মাৰৰ পৰা বিদ্যুৎ প্ৰবাহ আৰম্ভ হয় ৷ ইয়াৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ 16জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় 11 জন লোকৰ ৷

  • #WATCH करंट लगने से 15 लोगों की मृत्यु की सूचना मिल रही है। आगे की विधिक कार्रवाई जारी है। एक पुलिस सब-इंस्पेक्टर और 3 होम गार्ड भी हादसे का शिकार हुए हैं। जांच जारी है: वी. मुरुगेसन, ADG लॉ &ऑर्डर, देहरादून https://t.co/bZS7NyIFBJ pic.twitter.com/IZjuk5E03N

    — ANI_HindiNews (@AHindinews) July 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আহতসকলৰ ভিতৰত গুৰুতৰ অৱস্থাত থকা 6 জন লোকক বিমানেৰে ঋষিকেশ এইমছলৈ প্ৰেৰণ কৰা হৈছে ৷ জানিব পৰা মতে বুধবাৰে পুৱা 11.35 বজাত সংঘটিত হয় এই ঘটনা ৷ নিহতসকলৰ ভিতৰত চাৰিগৰাকী আৰক্ষী থকাৰ লগতে আছে এগৰাকী গৃহৰক্ষী জোৱান ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ক্ষতিপূৰণৰ ঘোষণা কৰিছে ৷ নিহত লোকসকলৰ পৰিয়ালক 5 টকাৰ এককালীন সাহায্য দিয়াৰ লগতে আহতসকলক দিয়া হ’ব 1 লাখ টকাৰ এককালীন সাহায্য ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীলৈ হেলিকপ্টাৰযোগে ৰাওনা হয় যদিও প্ৰতিকূল বতৰৰ বাবে ওভতি আহিব লগা হয় ৷

  • चमोली में करंट लगने से कई लोगों के हताहत होने का अत्यंत पीड़ादायक समाचार प्राप्त हुआ। दुर्घटना में घायल हुए लोगों को उपचार हेतु नजदीकी अस्पताल भेज दिया गया है।

    इस दुर्भाग्यपूर्ण घटना की मजिस्ट्रियल जांच के आदेश दे दिए हैं।

    ईश्वर से दिवंगत आत्माओं की शांति एवं घायलों के शीघ्र…

    — Pushkar Singh Dhami (@pushkardhami) July 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আহত আটইকে উচিত চিকিৎসা প্ৰদান কৰা হ’ব আৰু ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব ৷ ইফালে, ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও শোক প্ৰকাশ কৰিছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

  • अत्यंत पीड़ादायक! उत्तराखंड के चमोली में हुए हादसे से बहुत दुख हुआ है। शोकाकुल परिजनों के प्रति मैं अपनी गहरी संवेदना प्रकट करने के साथ ही सभी घायलों के जल्द स्वस्थ होने की कामना करता हूं। राज्य सरकार की देखरेख में स्थानीय प्रशासन पीड़ितों की हरसंभव मदद में जुटा है: PM…

    — PMO India (@PMOIndia) July 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
  • उत्तराखंड के चमोली में करंट लगने से लोगों की मृत्यु अत्यंत दुखद है। मैंने मुख्यमंत्री @pushkardhami जी से बात कर घटना की जानकारी ली। प्रशासन घायलों को उपचार पहुँचाने में जुटा है। शोक संतप्त परिवारों के प्रति संवेदना प्रकट करता हूँ और घायलों के शीघ्र स्वस्थ होने की कामना करता हूँ।

    — Amit Shah (@AmitShah) July 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তথ্য অনুসৰি চামোলী জিলাৰ অলকানন্দা নদীৰ পৰাত এটা প্ৰকল্পৰ কাম চলি আছে ৷ বুধবাৰে পুৱাৰ ভাগত প্ৰকল্পস্থলীলৈ বিদ্যু যোগান আৰম্ভ কৰা হৈছিল ৷ কিন্তু দুৰ্ভাগ্যৱশত সেই বিদ্যুৎ সমগ্ৰ অঞ্চলটোত প্ৰবাহিত হয় আৰু এই শোকাৱহ দুৰ্ঘটনাটোত 16 গৰাকী লোকৰ মৃত্যু হয় ৷

  • आज चमोली में घटित दुःखद दुर्घटना के संबंध में आदरणीय केंद्रीय गृह मंत्री श्री @AmitShah जी को फोन पर विस्तृत जानकारी दी।

    साथ ही सम्बंधित अधिकारियों को चमोली घटना के मृतकों के आश्रितों को ₹5 लाख और घायलों को ₹1 लाख की राहत राशि अविलंब प्रदान करने के निर्देश दिए हैं।

লগতে পঢ়ক: Cloudburst in Pithoragarh : উত্তৰাখণ্ডৰ চীনা সীমান্তত ডাৱৰ বিস্ফোৰণ; বিআৰঅ' দলং আৰু পথ ধ্বংস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.